Home Daily news কিমান কিশোৰ-কিশোৰীয়ে পালে ভেক্‌চিনৰ দুয়োটা পালি?

কিমান কিশোৰ-কিশোৰীয়ে পালে ভেক্‌চিনৰ দুয়োটা পালি?

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই কয় যে সমগ্ৰ দেশত ১৫-১৮ বছৰ বয়সৰ ১ কোটিৰো অধিক কিশোৰ-কিশোৰীক ক’ভিড-১৯ৰ দুয়োপালি টিকা দিয়া হ’ল৷ মণ্ডাভিয়াই এইবুলি টুইট কৰে যে এই বয়সৰ ৫.০৪ কোটিৰো অধিক হিতাধিকাৰীক প্ৰথম পালি টিকা দিয়া হ’ল৷ আনহাতে ২৪ ঘণ্টাত ভাৰতত ৫৩.৬১ লাখ পালিৰো অধিক টিকা দিয়াৰ পাছত এইপৰ্যন্ত ১৭০.৮৭ কোটি পালি (১৭০ কোটি ৮৭ লাখ ৬ হাজাৰ ৭০৫) টিকা দিয়া হ’ল৷

Most Popular

শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব

আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...

চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...

বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...

জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?

জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...