কিমান কিশোৰ-কিশোৰীয়ে পালে ভেক্‌চিনৰ দুয়োটা পালি?

0
318

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই কয় যে সমগ্ৰ দেশত ১৫-১৮ বছৰ বয়সৰ ১ কোটিৰো অধিক কিশোৰ-কিশোৰীক ক’ভিড-১৯ৰ দুয়োপালি টিকা দিয়া হ’ল৷ মণ্ডাভিয়াই এইবুলি টুইট কৰে যে এই বয়সৰ ৫.০৪ কোটিৰো অধিক হিতাধিকাৰীক প্ৰথম পালি টিকা দিয়া হ’ল৷ আনহাতে ২৪ ঘণ্টাত ভাৰতত ৫৩.৬১ লাখ পালিৰো অধিক টিকা দিয়াৰ পাছত এইপৰ্যন্ত ১৭০.৮৭ কোটি পালি (১৭০ কোটি ৮৭ লাখ ৬ হাজাৰ ৭০৫) টিকা দিয়া হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here