Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

গৰমৰ দিনত তিয়ঁহ খাওকজানক ইয়াৰ চমৎকাৰ গুণাগুণ

গৰমৰ দিনত অত্যধিক পানীৰ পিয়াহ লাগি গল শুকাই গৈছে যদি এটা তিয়ঁহ কাটি খাই দিবচোন৷ লগে লগে পিয়াহ নাইকিয়া হৈ যাব লগতে...

দৈ খোৱাৰ সময়তএইবোৰ ভুল নকৰিব

দৈ খোৱা শৰীৰৰ স্বাস্থ্যৰ বাবে খুব ভাল৷ নিয়মিতভাৱে দৈ সেৱন কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ ইয়াৰ লগতে শাৰীৰিক অন্য সমস্যাও সমাধান হয়৷...

সতৰ্ক হওক : ফ্ৰীজত ভুলতো এইকেইবিধ নাৰাখিব

শাক-পাচলি সতেজ তথা বহুদিনলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ ফ্ৰীজত ৰখা হyয়৷ কিন্তু আমি সকলো পাচলিয়েই ফ্ৰীজত ৰখা উচিতনে? উত্তৰত ক’ব পাৰি মুঠেও নহয়৷...

কিডনী আজীৱন সুস্থ ৰাখিবলৈএইবোৰ বাদ দিয়ক

কিডনী দেহৰ এক গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰৰ এই অংগটোৰ প্ৰধান কাম হ’ল ফিল্টাৰ কৰা, যাতে শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ থাকে৷ কিডনী...

পটল গছৰ পাতলিভাৰ সুস্থ ৰখাৰ চাবিকাঠী

বাৰিষা কালত পাচলি পটল সকলোৰে প্ৰিয় এবিধ খাদ্য৷ মৰমৰীয়াকৈ ডোখৰ ডোখৰ কৰি কাটি পটল ভাজিখনৰ সোৱাদেই সুকীয়া হোৱাৰ লগতে দেখিবলৈও শুৱনি হয়৷...

জানেনে? এই পাঁচবিধ মছলাইহৃদৰোগৰ সম্ভাৱনা কমাই ৰাখে

আজিকালি হাৰ্ট সমস্যাত ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে৷ দৈনিক এই সংখ্যা ৰেখাডাল ক্ৰমাৎ ঊধবৰ্গতিত ফালেহে গতি কৰিছে৷ মুঠতে এতিয়া বিশ্বতে...

কম সময় টোপনি মৰাতকৈ বেছিসময় টোপনি মৰাটো আৰু বিপজ্জনক!

মানৱ জীৱনৰ খোৱা-শোৱাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট সময় থাকে৷ শৰীৰ সুস্থ তথা নিৰোগী হৈ থাকিবলৈ আমি দৈনিক কিমান পৰিমাণৰ খাদ্য খাব লাগে তাক...

বাৰ্ধক্য ৰোধ তথা ওজন হ্ৰাসৰ বাবেনিয়মিতভাৱে এইবিধ ফল খাওক

বাৰ্ধক্যজনিত সমস্যা আৰু শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ জীৱনশৈলী তথা খাদ্যাভ্যাসত বিসংগতিয়ে ইয়াৰ প্ৰধান কাৰণ বুলি কোৱা হয় যদিও আনুষংগিক...

অত্যধিক মানসিক চাপ হৈছে নেকি?তেন্তে এইবোৰ খাব পাৰে

বিভিন্ন কাৰণত মাজে-সময়ে আমাৰ মন বেয়া লাগি থাকে৷ অফিচ-কাছাৰীৰ কাম, ঘৰুৱা বা পঢ়া-শুনা, পাৰিবাৰিক সমস্যা আদিয়ে মনটোক জুমুৰি দি ধৰে৷ এইদৰে মানসিক...

স্মৃতিশক্তি প্ৰখৰ কৰিবলৈএইবোৰ Dry Fruits খাওক

শুকান ফলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ফ্ৰী ৰেডিকেল তথা এণ্টিঅক্সিডেণ্টৰ ভাৰসাম্যতাহীনতাৰ কাৰণে এই যৌগবোৰে শৰীৰক অক্সিডেটিভ ষ্ট্ৰেচৰ পৰা ৰক্ষা কৰাত সহায়...

গাখীৰৰ সৈতে এইবোৰখালে বিষতুল্য হয়

নানা পুষ্টিগুণেৰে ভৰপূৰ গাখীৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষকৈ শিশুসকলৰ¸ স্বাস্থ্যৰ বাবে গাখীৰ প্ৰয়োজনীয়৷ শিশুৰ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে গাখীৰৰ...

অত্যধিক চেনি সেৱনেকিদৰে বিপদ ঘটাব পাৰে

যিকোনো মাংগলিক অনুষ্ঠান প্ৰথমে মুখ মিঠা কৰিহে আৰম্ভ কৰা হয়৷ বিবাহ, জন্মদিন, বিভিন্ন পূজা-পাৰ্বণ, সামাজিক অনুষ্ঠান আদিত মিঠাই প্ৰথমেই স্থান পায়৷ পৰীক্ষাত...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...