Health Plus

4940 POSTS0 COMMENTS
http://newshealthplus.com

প্ৰকৃতিৰ কি আশ্চৰ্য লীলামৰুভূমিতো সেউজীয়া গছ!

পশ্চিম ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা হ’ল বাৰমেৰ৷ চৰমভাবাপন্ন এই এলেকাত গৰমৰ উত্তাপ অত্যন্ত বেছি৷ সাধাৰণতে এই অঞ্চলত গ্ৰীষ্মকালত তাপমাত্ৰা ৫০ ডিগ্ৰী ছেলচিয়াছৰ আশে-পাশে...

ছহেজাৰ বছৰ আগৰ বৰফৰতলত বেক্টেৰিয়াৰ জীৱাণু

বৰফৰ সাম্ৰাজ্য এণ্টাৰ্কটিকা৷ এণ্টাৰ্কটিকাৰ পশ্চিম অংশ পানী পাবলৈ নাই৷ গোটেইখিনি পানী জমা হৈ কঠিন বৰফলৈ পৰিৱৰ্তন হৈছে৷ বিজ্ঞানীয়ে...

বিজ্ঞানীৰ দাবী : ৰবটৰ দ্বাৰা ভয়াৱহ ভাইৰাছ বিয়পিব পাৰে

ৰবট তথা কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ জীৱনকো প্ৰভাৱিত কৰিব পাৰে৷ আমেৰিকাৰ চেণ্টাৰ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সচেফ্‌টিৰ সঞ্চালক অধ্যাপক ডেন হেণ্ড্ৰাইক্‌ছে এই দাবী কৰিছে৷ ডেইলী...

কৃত্ৰিম বুদ্ধিমত্তাই মানৱসভ্যতাক বিনাশ কৰিব নেকি?

কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আই-এ মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ এই সতৰ্কবাণী শুনাইছে বিশেষজ্ঞসকলে৷ এই বিশেষজ্ঞসকলৰ ভিতৰত অ’পেন এ...

পৃথিৱীতেই আছে : দেখিবলৈ যেন আন গ্ৰহৰ এটা দ্বীপ

এই দ্বীপটোৰ সম্পৰ্কে আগতে জনা নাই যদি ইয়াৰ বিষয়ে অলপমান জানক বা সময়-সুবিধা মিলাই দ্বীপটোৰ দৰ্শনৰ চেষ্টা কৰক৷ ইয়ালৈ আহি আপুনি যে...

যন্ত্ৰণা-অৱহেলাত তীব্ৰ আৰ্তনাদগছৰ কান্দোন শুনিছে বিজ্ঞানীয়ে

সৰুৰ পৰাই আমি এই কথাটো শুনি আহিছোঁ যে গছৰো প্ৰাণ আছে৷ অকল প্ৰাণেই নহয়, গছৰ কিন্তু নিজৰ ইচ্ছাও...

ছ’চিয়েল মিডিয়াই শিশুৰমানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়

ছ’চিয়েল মিডিয়াই এতিয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছে৷ ইয়াৰ ভিতৰত আটাইতকৈ বেছি বিৰূপ প্ৰভাৱ পেলাইছে শিশুৰ মানসিক স্বাস্থ্যত৷ আমেৰিকাৰ...

এইবোৰ খাদ্যই ঋতুস্ৰাৱ বন্ধৰপাছত হৰমনৰ অভাৱ পূৰণ কৰে

মহিলাসকলৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ পৰিপূৰ্ণ হৈ উঠাৰ পৰা সন্তান ধাৰণ কৰা ক্ষমতালৈ এই সকলোবোৰৰ ক্ষেত্ৰতে ইষ্ট্ৰোজেন হৰমনৰ ভূমিকা অপৰিসীম৷ প্ৰজনন লগত এই...

কৃত্ৰিম উপগ্ৰহৰ প্ৰতিসৌৰশিখাই ভাবুকিৰ সৃষ্টি কৰিছে

সূৰ্যৰ পৰা নিৰ্গত হোৱা সৌৰ শিখাই পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ অংশৰ তাপমাত্ৰা বৃদ্ধি কৰিছে৷ চলিত বছৰত সৌৰ শিখাই কেইবাবাৰো পৃথিৱীক খুন্দা মাৰিছে৷ ইয়াৰ...

শিশুৰ বাবে স্মাৰ্টফ’ন নিষিদ্ধ : ক’ত ?

আয়াৰলেণ্ডৰ গ্ৰেষ্টন নামৰ নগৰখনত শিশুৰ বাবে স্মাৰ্টফ’নৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ লোৱা হৈছে৷ নগৰখনত শিশুৰ বাবে স্মাৰ্টফ’নৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ আঠখন প্ৰাথমিক বিদ্যালৰ...

TOP AUTHORS

Most Read

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...