Health Plus

4830 POSTS0 COMMENTS
http://newshealthplus.com

সাৱধান : অসমত ডেংগুই লৈছে সংহাৰী ৰূপ

ৰাজ্যত ডেংগু ৰোগে লৈছে ভয়াৱহ ৰূপ৷ যোৱা কেইদিনমান ধৰি অসমৰ বিভিন্ন ঠাইত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি...

সুস্বাস্থ্য ধৰি ৰাখিবলৈমাটিৰ কলহত থোৱা পানী খাওক

আদিম কালত মানুহে পানী খাওঁতে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷ অকল পানী খোৱাৰ বাবেই নহয়, মাটিৰ পাত্ৰত ৰান্ধিছিলো৷ সেই সময়ত মানুহৰ আজিৰ দৰে...

দেশৰ ১৩৬ বিধ প্ৰজাতিৰউভচৰ প্ৰাণী বিলুপ্তিৰ গৰাহত

জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ পৰিণতি মানৱ সমাজত তড়িৎ গতিত পৰিছে৷ বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ কুফল পৃথিৱীত থকা প্ৰতিটো জীৱৰ ওপৰতে পৰিছে,...

গ্ৰুপ ইনভাইটেশ্যন : হোৱাটছএপৰ এই নতুন ফিচাৰৰ দ্বাৰা কি সুবিধা পাব

এতিয়া সকলোৰে মোবাইলতেই হোৱাটছএপ মূল বস্তু৷ মোবাইলত হোৱাটছএপ নহ’লে সেই মোবাইল ব্যৱহাৰ কৰাৰ অৰ্থই নাথাকে৷ হাজাৰ হাজাৰ নিজা গ্ৰুপ, ছবি, ভিডিঅ’, ভিডিঅ’...

হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ ভিটামিন-Dএ কিদৰে সহায় কৰে

মানুহৰ দীৰ্ঘায়ু কোনে এটা বিষয়ত নিৰ্ভৰ নকৰে আৰু এই কথা ঠিক যে কিছুমান উপাদান শৰীৰৰ সু্‌স্থ-নিৰোগী আৰু দীৰ্ঘায়ু জীৱন পাবলৈ অৱশ্যেই প্ৰয়োজন৷...

সৌৰজগতৰ কোনটো গ্ৰহ গাতভাঁজ পৰি শুকাই গৈ আছে

সৌৰজগতৰ এটা গ্ৰহ ক্ৰমশঃ শুকাই যাবলৈ ধৰিছে৷ আনহাতে গ্ৰহটোৰ গোটেই গাত ভাঁজ পৰা আৰম্ভ কৰিছে৷ অনাগত দিনত আৰু...

সুখবৰ : ইউনেস্ক’ৰ স্বীকৃতিৰ দৌৰত অসমৰ এটা স্থাপত্য

ইউনেস্ক’ৰ স্বীকৃতি পোৱাৰ দিশে অসমৰ এটা স্থাপত্যই আগবাঢ়িছে৷ ইয়াৰ আগতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যশালী স্থান হিচাপে স্বীকৃতি পাইছিল অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু...

ভাৰতৰ সকলোতকৈ সৰু ৰাষ্ট্ৰীয়পথটো ক’ত, যাৰ দৈৰ্ঘ্য মাত্ৰ ৫ কিঃ মিঃ

আমাৰ দেশত এখন ৰাজ্যৰ লগত আন এখন ৰাজ্যক সংযোগ কৰিবলৈ সুকীয়াকৈ বহু পথ আছে৷ ইয়াৰ বাবে অসংখ্য ডাঙৰ পথ তথা ৰাষ্ট্ৰীয় পথ...

অসমত বাল্য বিবাহৰবিৰুদ্ধে আৰক্ষীৰ পুনৰ অভিযান

অসমত শালনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন সমাজৰ উন্নয়নমূলক তথা জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰিছে৷ চৰকাৰে বিভিন্ন আচনিৰ সৃষ্টিৰে দুখীয়া নিছলাক সহায়ৰ হাত...

এনে এখন স্কুল, য’তফেল কৰিলেহে নামভৰ্তি হয়

নিজৰ সন্তানক পঢ়ুৱাৰ কাৰণে সকলোৱে ভাল স্কুলৰ সন্ধান কৰে৷ বহুতে আনকি স্কুলৰ সম্পূৰ্ণ ইতিহাস তথা তথ্য অধ্যয়ন কৰিও লয়৷ স্কুলেও নামভৰ্তিৰ বাবে...

TOP AUTHORS

Most Read

কিডনীৰ ৰক্ষাকৱচ এই দাইলৰ পানী

এই দাইলে অকল কিডনীৰ পাথৰৰ যন্ত্ৰণা উপশম নকৰে, বৰং কিডনীৰ পাথৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে৷ দিনক দিনে...

শোৱাৰ সময়ত পেশী টানি ধৰাৰ কাৰণ জানেনে?

ৰাতি শুই থকাক সময়ত বহতেই পেশী টানি ধৰা বা কোঁচ খোৱা সমস্যাত ভোগে৷ কেতিয়াবা শুই থাকোঁতেই ভৰি বা হাতৰ পেশী টানি...

ঋতুস্ৰাৱৰ ইতি মানেই ৰাত্ৰি সুখৰ অৱসান নহয় : গৱেষণাত গোপন সত্য

মহিলাসকলৰ মাহেকীয়া বা ঋতুস্ৰাৱ হৈছে জীৱনৰ এটা অংগাংগী প্ৰক্ৰিয়া৷ যি মাধ্যমৰ জৰিয়তে এগৰাকী মহিলাই মাক হোৱাৰ হাবিয়াস পূৰ্ণ হয়৷ প্ৰাকৃতিক এই প্ৰক্ৰিয়া...

আমৰ পাত খালে পাব ব্যাপক উপকাৰ : কিদৰে খাব?

এতিয়া আম খোৱাৰ বতৰ৷ বজাৰত বিভিন্ন সুস্বাদু আমেৰে ভৰি পৰিছে৷ বতৰৰ ফল আম খাবলৈ সোৱাদৰ লগতে ইয়াৰ উপকাৰিতা যথেষ্ট আছে৷ বিভিন্ন ৰোগৰ...