ফাইজাৰৰ ক’ভিড পিল অ’মিক্ৰনৰ বাবে কাৰ্যকৰীনে ? Pfizer’s Covid tablets for use against Omicron ?

0
652

বিশ্বৰ আগশাৰীৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ফাইবাৰে ক’ভিড পিল প্ৰস্তুত কৰি উলিয়াইছে ৷ প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি এই পিল কভিড ভাইৰাছ নিৰ্মূলৰ বাবে ৯০ শতাংশ কাৰ্যকৰী ৷ আনহাতে কভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন ৰোধৰ বাবেও নব্বৈ শতাংশ কাৰ্যকৰী বুলি দাবী কৰিছে প্ৰতিষ্ঠানটোৱে ৷ ফাইজাৰৰ সূত্ৰে জনাইছে যে এই কভিড পিলৰ চূড়ান্ত পৰীক্ষাই প্ৰমাণ কৰিছে সংকটজনক অৱস্থাৰ ৰোগীৰ বাবে ৯০ শতাংশ কাৰ্যকৰী ৷ ফাইজাৰৰ মুখ্য বিজ্ঞানী মাইকেল ডলষ্টনে দাবী কৰে যে এই পিলৰ গুণাগুণ অদ্ভুত৷ কোনো লোকে কভিডত আক্ৰান্ত হ’লে এই পিল খালে শীঘ্ৰে আৰোগ্য লাভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here