প্ৰদূষণ হ্ৰাসৰ বাবে প্ৰশংসনীয় পদক্ষেপ : ক’ত ? Commendable initiative to check pollution: where?

0
584
অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে ৰাজ্যৰ ৰাজধানী মহানগৰখনৰ বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ অভিনৱ আঁচনি হাতত লৈছে৷ অহা ১৯ অক্টোবৰৰ পৰা কেন্দ্ৰীয়শাসিত ৰাজ্যখনত ‘Red Light on, Gaadi off’ আঁচনি বলৱৎ কৰিছে৷ ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে গাড়ী চলাচলত নিয়ন্ত্ৰণ লগোৱাৰ উপৰি বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ চিন্তা-চৰ্চা চলাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here