দৈনিক নাৰিকলৰ পানী কিয় খোৱা উচিত?

0
1232

নিউট্ৰিশ্যনিষ্ট ডাঃ অঞ্জু সুদৰ মতে নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে মিনাৰেল আৰু ভিটামিন পোৱা যায়, যিয়ে আমাৰ শৰীৰটোক Electrolytesৰে পৰিপূৰ্ণ কৰি ৰখাত সহায় কৰে৷

বছৰৰ সকলো সময়তে নাৰিকলৰ পানী বজাৰত উপলব্ধ৷ বিশেষকৈ গৰমৰ দিনত ই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে৷ ঠাণ্ডা দিনৰ তুলনাত গৰমৰ দিনত আমাৰ অধিক পিয়াহ লাগে আৰু আমাৰ পিয়াহ গুচাবলৈ আমি অত্যধিক পৰিমাণে ঠাণ্ডা পানীয় গ্ৰহণ কৰোঁ৷ কিন্তু খালী পানী এগিলাচ গ্ৰহণ কৰাৰ পৰিৱৰ্তে যদি আমি দিনটোত এবাৰ নাৰিকলৰ পানী সেৱন কৰোঁ ই আমাৰ শৰীৰটোক সতেজ কৰি ৰখাৰ লগতে ই আমাৰ শৰীৰৰ কাৰণেও উপকাৰী৷

নিউট্ৰিশ্যনিষ্ট ডাঃ অঞ্জু সুদৰ মতে নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে মিনাৰেল আৰু ভিটামিন পোৱা যায়, যিয়ে আমাৰ শৰীৰটোক Electrolytesৰে পৰিপূৰ্ণ কৰি ৰখাত সহায় কৰে৷

(১) ইয়াত থকা বায়’এক্টিভ এনজাইমে হজম শক্তি আৰু মেটাবলিজম বৃদ্ধি কৰাত সহায় কৰে, যিয়ে ওজন হ্ৰাসত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে৷

Should you lose weight or should you lose fat?


(২) নাৰিকলৰ পানীয়ে আমাৰ শৰীৰত Electrolytes পুনৰ ভৰ্তি হোৱাত সহায় কৰে৷ ফলত আমাৰ শৰীৰত পানীৰ পৰিমাণৰ সমতা স্থাপন কৰাত সহায় কৰে আৰু ডিহাইড্ৰেশ্যনত বাধা দিয়ে৷

6 Diabetes Benefits Of Drinking Coconut Water - The Wellthy Magazine

(৩) নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাৰ লগতে ইনফ্লেমেশ্যন হোৱাতো বাধা দিয়ে৷

Focus on your diet to tackle chronic inflammation; here's how | Lifestyle News,The Indian Express


(৪) গেছ, বদহজম, বুকু জ্বলা-পোৰা আদিত নাৰিকলৰ পানী সেৱন কৰা উচিত৷

Home Remedy for Acidity and Gas Problems - YouTube


(৫) West Indian Medical Journal ৰ মতে, দৈনিক নাৰিকলৰ পানী সেৱনে হাইপাৰটেনশ্যনৰ লগতে শৰীৰৰ ৰক্ত চাপৰ স্তৰ নিয়ন্ত্ৰণ কৰে৷

What is labile hypertension? - Harvard Health


(৬) দৈনিক নাৰিকলৰ পানী সেৱন কৰিলে ছালখন সজীৱ হৈ থকাৰ লগতে ৰিংকল আদিও দূৰ হয়৷

Summer Special : 3 beauty tips to glow your skin and hair | NewsTrack English 1

আৰু চাওক-‘আপোনাৰ চিকিৎসক’ অনুষ্ঠানত আজিৰ বিষয়:Day Care Surgery অতিথি: ডাঃ অৰূপ কুমাৰ নাথ

LEAVE A REPLY

Please enter your comment!
Please enter your name here