জীৱ-জন্তুৰ বিভিন্ন ছালৰ ৰোগৰ সমাধান

0
349

মানুহৰ দৰে জীৱ-জন্তুৰো কেতিয়াবা ছালৰ সমস্যা হোৱা দেখা যায়৷ উপযুক্ত যতনৰ অভাৱত জীৱ-জন্তুৰ অৱস্থা তেনেই শোচনীয় হোৱা পৰিলক্ষিত হয়৷ সেয়েহে আজি আমি আপোনালোকলৈ লৈ আনিছোঁ জীৱ-জন্তুৰ ছালৰ বিভিন্ন সমস্যাৰ সমাধান৷


[১] জীৱ-জন্তুৰ ছালৰ উফি হ’লে কেঁচা হালধি খুন্দি নিতৌ দুবাৰকৈ লগাব লাগে৷


[২] জীৱ-জন্তুৰ গাত ঘা হ’লে সেই ঘাত মাখিয়ে কণী পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কপূৰ্ৰ খুন্দি নাৰিকল তেলৰ সৈতে ঘাত লগালে ঘা শুকায়৷

Skin disease in pets: what home treatments are possible? Podcast from Newstalk's Pat Kenny Show | Pete the Vet


[৩] জীৱ-জন্তুৰ গাত হোৱা চিকৰা নাইকিয়া কৰিবলৈ কেঁচা হালধিৰ ৰস, ধতুৰাৰ ৰস বা নিমপাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷


[8]
গৰু-ছাগলীৰ খৰ হ’লে খৰ হোৱা ঠাইডোখৰ গৰম পানীৰে ধুই নহৰু বা মাখিয়তি গছৰ শিপা খুন্দি খৰ হোৱা ঠাইত লগাব লাগে৷


[৫] জীৱ-জন্তুৰ অত্যধিক নোম সৰিলে আমলখি আৰু তুলসীৰ পাত মিশ্ৰণ কৰি লগালে নোম সৰা বন্ধ হয়৷

Dog Hair Remover High Res Stock Images | Shutterstock

LEAVE A REPLY

Please enter your comment!
Please enter your name here