গাখীৰৰ লগত জেলেপি খালে কি লাভ হয় ? How does taking Jelebi with Milk help?

0
570
দুৰ্গা পূজাৰ বতৰ বুলি ক’লে আপোনাৰ মনলৈ প্ৰথমে কি আহে বাৰু? গৰম গৰম জেলেপি– নহয় জানো? জেলেপি নহ’লে যেন দুৰ্গা পূজাৰ আমেজেই আধৰুৱা৷ পিছে  বহুতৰে ধাৰণা যে জেলেপি ময়দা আৰু অত্যধিক চেনিৰে প্ৰস্তুত কৰা হয়, যি শৰীৰৰ কাৰণে মুঠেও উপকাৰী নহয়৷ হয়, এই ধাৰণা একেবাৰে সত্য৷ 
      পিছে গাখীৰৰ লগত জেলেপিৰ সেৱনে আপোনাক কেনেধৰণৰ উপকাৰ কৰিব পাৰে আপুনি জানেনে? উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আদি ঠাইত পুৱা ব্ৰেকফাষ্টত গৰম গাখীৰত জেলেপি ভিজাই খোৱাটো বেছ জনপ্ৰিয়৷ সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ আছে কিছু পৰিমাণৰ লাভ৷ জানো আহক কি?
Jalebi Recipe: How to make Jalebi Recipe at Home | Homemade Jalebi Recipe - Times Food

(১) পুৱা গাখীৰৰ লগত জেলেপি খালে মূৰৰ বিষ, মাইগ্ৰেইনৰ পৰা নিৰাময় পাব পাৰে৷


(২) আপুনি যদি অধিক ক্ষীণ হয়, তেন্তে পুৱা গৰম গাখীৰৰ লগত নাইবা দৈৰ লগত জেলেপি খোৱা কৰক৷


(৩) পৰীক্ষাৰ আগত যেতিয়া অধিক চিন্তা হয়, তেতিয়া জেলেপি খাওক৷ ই স্ত্ৰেচ হৰমনৰ পৰিমাণ কমায় লগতে কামত মনোযোগিতা বঢ়ায়৷

Milk Jalebi HD Stock Images | Shutterstock


(8) দীৰ্ঘ সময়লৈ যৌন শক্তি বৃদ্ধি তথা উন্নত প্ৰজননত সহায় কৰে গাখীৰ আৰু জেলেপিয়ে৷


(৫) হাত-ভৰিৰ খহটা, গেৰোহা ফটা আদিত বাধা দিব পাৰে গাখীৰৰ সৈতে জেলেপিয়ে৷

Dhood Jalebi / Milk Image & Photo (Free Trial) | Bigstock


(৬) গৰম গাখীৰৰ সৈতে জেলেপি ভিজাই খালে কাহ, চৰ্দি, এজমা আদিৰ দৰে ৰোগ নিৰাময়ত সহায়ক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here