আম আদা কি? কিহত উপকাৰী আম আদা?

0
1270
আম আদা দেখিবলৈ আদাৰ নিচিনা৷ কিন্তু এই আদাৰ গোন্ধ কেঁচা আমৰ দৰে৷ অৱশ্যে ইয়াৰ সোৱাদ আমৰ দৰে নহয়৷ বহুতেই আম আদাৰ চাটনি, আম আদা আৰু বিলাহীৰ টক, আম আদাৰ মাছৰ জোল, আম আদাৰ আচাৰ আদি বনাই খায়৷ আদাৰ দৰে আম আদাৰো আছে কিছু ঔষধি গুণ৷

(১) আম আদা চাটনি কৰি খালে অভোক, অৰুচি, বমি ভাব দূৰ হয়৷

আম আদার চাটনি || Aam Ada Chutney || Mango Ginger Pickle Recipe By Kitchen with Shila - YouTube


(২) বহুমূত্ৰ ৰোগীয়ে দিনে দুচামুচকৈ আম আদাৰ ৰস খালে তেজত চুক্ৰজৰ পৰিমাণ হ্ৰাস পায়৷


(৩) আম আদাই হজম শক্তি বৃদ্ধি কৰি পেট ফুলা, পেটৰ যিকোনো সমস্যা নিৰাময় কৰে৷


(৪) হাড়ৰ বিষত আম আদাৰ ৰস এচামুচ অলপ পানীৰ লগত মিলাই খাব লাগে৷

Ever Heard of Something like : MANGO GINGER ?


(৫) শৰীৰৰ কোনো অংশত বিষ হ’লে আম আদা পিচি লগালে সুফল পোৱা যায়৷


এনেধৰণে আম আদাক নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সু্‌স্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here