আপোনাৰ ব্লাড গ্ৰুপে এতিয়া নিৰ্ধাৰণ কৰিব আপোনাৰ কোৰোনা হোৱাৰ সম্ভাৱনা কিমান?

0
9969

৭ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ আপোনাৰ ব্লাড গ্ৰুপ কি? কি ব্লাড গ্ৰুপৰ হ’লে আপোনাৰ গাত ক’ৰোনা সংক্ৰমণ হোৱাৰ সম্ভাৱনা কম??

ছাউদাৰ্ন ইউনিভাৰ্ছিটি আৰু নিউ য়ৰ্ক ইউনিভাৰ্ছিটিৰ এদল গৱেষকে কৰা শেহতীয়া গৱেষণাত এই কথা প্ৰমাণ পোৱা গৈছে যে “ও প’জিটিভ বা ও নিগেটিভ” ব্লাড গ্ৰুপৰ লোকসকল সংক্ৰমিত হোৱাৰ সম্ভাবনা ৩ গুণ কম।

কিন্তু ব্লাড গ্ৰুপ যিয়েই নহওঁ‌ক কিয়, বিজ্ঞানীসকলে সকলোকে ক’ভিড-১৯ প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে।  অৱশ্যে ও প’জিটিভ ব্লাড গ্ৰুপত ক’ৰোনা সংক্ৰমণৰ কম হাৰে

এক নতুন গৱেষণাৰ বাট মুকলি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here