Home Daily news ৰহস্যজনক প্ৰাণী ৪৬ বিহ’ব ৰাছিয়াৰ ভয়ংকৰ অস্ত্ৰ

ৰহস্যজনক প্ৰাণী ৪৬ বিহ’ব ৰাছিয়াৰ ভয়ংকৰ অস্ত্ৰ


পৃথিৱীৰ ৰহস্যজনক তথা অতি ভয়ংকৰ প্ৰাণী স্ক্ৰুইড৷ ভীষণ ক্ষমতাশালী স্ক্ৰুইড৷ নিজৰ বিষ ব্যৱহাৰ কৰি ১৫০ ফুট দূৰৈত থকা চিকাৰক অৱশ কৰিব পৰা শক্তি আছে এই স্ক্ৰুইডৰ৷ শেহতীয়াভাৱে এই স্ক্ৰুইডক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা পৰিকল্পনাৰ কথা জানিবলৈ দিছ ৰাছিয়াই৷ ১৯৫৭ চনত ৰছিয়াই এণ্টাৰ্কটিকাত ভষ্টক গৱেষণা কেন্দ্ৰ মুকলি কৰিছিল৷ ইয়াৰ উদ্দেশ্যে আছিল বৰফৰ তলত থকা জীৱজগতৰ সন্ধান লাভ কৰা৷ এই গৱেষণা কেন্দ্ৰ স্থাপনৰ পাছতে বৰফ আবৃত্ত উক্ত হ্ৰদটোৰ নাম ভষ্টক হৈ পৰিছিল৷ ২০১৬ চনত প্ৰথম পোহৰলৈ আহে যে বৰফৰ তলত জীৱৰ সন্ধানত এক অদ্ভুত জীৱন সন্ধান লাভ কৰে৷ ৰাছিয়াৰ বিজ্ঞানীয়ে ভষ্টক হ্ৰদৰ বৰফৰ তলত প্ৰায় ১০ মিটাৰ দৈৰ্ঘ্যৰ এই জীৱবিধ এতিয়া অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সিথেৰ কৰিছে৷ সন্ধান লাভ কৰা জীৱবিধৰ নাম দিছে অৰ্গানিজম ৪৬ বি৷ এই অক্টোপাছসদৃশ প্ৰাণীবিধক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে ৰাছিয়াই৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...