শীতত সৌন্দৰ্য ধৰি ৰাখিবলৈ এইবোৰ কৰক || Do these to retain your beauty in winter

0
1040
শীতৰ দিন মানেই সেৰেঙা বতৰ৷ এই সেৰেঙা বতৰত ঠাণ্ডাৰ প্ৰকোপত একো কাম কৰিবলৈ মন নাযায়৷ অকল কামেই নহয়, শুকান, খহটা আৰু ছালৰ বিভিন্ন সমস্যাৰ কাৰকো এই শীত৷ শীতৰ দিনত মানুহে এলাহতে নিজৰ সৌন্দৰ্য কেনেকৈ ধৰি ৰাখিব লাগে, এই কথা পাহৰি যায়৷ কিন্তু আজি আমি লৈ আহিছোঁ এনেকুৱা কেইটামান টিপছ, যাৰ বাবে আপুনি বহু বেছি কিবা কৰাৰ প্ৰয়োজন নাই আৰু লগতে পাব পাৰে অতি সহজতে উজ্জ্বল আৰু মসৃণ ছাল৷

(১) পুৱা কমেও আধা ঘণ্টা শৰীৰচৰ্চা কৰক৷ শৰীৰচৰ্চাই তেজৰ সৰবৰাহ উন্নত কৰি ছালখন ডিটক্সিফাই কৰাত সহায় কৰে৷

Best Yoga Poses For Glowing Skin | Apna Food


(২) শীতত ছালৰ সজীৱতা অটটু ৰাখিবলৈ প্ৰচুৰ পৰিমাণে গৰম পানী খাওক৷

15 Wonderful Health Benefits Of Drinking Hot Water | Styles At Life


(৩) ছালৰ বাবে আলমণ্ড অইল খুবেই কাৰ্যকৰী৷ ই ছাল মসৃণ কৰি ইয়াৰ প্ৰাকৃতিক উজ্জ্বলতা বৰ্তাই ৰাখে৷ ইয়াৰ বাবে আপুনি ৰাতি আলমণ্ড অইল মুখত মাচাজ কৰি গোটেই ৰাতি লগাই থ’ব পাৰে৷

8 Amazing Almond Oil Benefits For A Healthy Skin


(৪) আয়ুৰ্বেদৰ মতে গা ধোৱাৰ আগত তিলৰ তেল গৰম কৰি শৰীৰত মালিচ কৰিলে ই ছাল মসৃণ কৰাৰ লগতে স্নায়ু আৰু মাংসপেশীসমূহকো আৰাম প্ৰদান কৰে৷

Why and How to Perform Daily Oil Massage on Yourself (Abhyanga) — Purusha Ayurveda

LEAVE A REPLY

Please enter your comment!
Please enter your name here