Home Daily news লাম্পি স্কিন ডিজিজত গৰু-ম’হৰ মৃত্যু : ক’ত ?

লাম্পি স্কিন ডিজিজত গৰু-ম’হৰ মৃত্যু : ক’ত ?

লাম্পি স্কিন ডিজিজ নামৰ এবিধ সংক্ৰামক ৰোগ পশ্চিম আৰু উত্তৰ ৰাজস্থানৰ হাজাৰ হাজাৰ পশু পালকৰ বাবে অভিশাপ হৈ পৰিছে আৰু অঞ্চলটোত দ্ৰুতগতিত বিয়পি পৰা এই ৰোগত প্ৰায় ১২০০ গৰু-ম’হৰ মৃত্যু হৈছে৷ তিনি মাহৰ ভিতৰত প্ৰায় ২৫ হাজাৰ গৰু-ম’হ এই ৰোগত আক্ৰান্ত হৈছে৷ যোৱা দুসপ্তাহত কেৱল যোধপুৰ জিলাতে ২৫৪টা গৰু-ম’হৰ মৃত্যু হয়৷ ৰাজ্যখনৰ পশুপালন বিভাগে কয় যে প্ৰথমতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল আফ্ৰিকাত আৰু এপ্ৰিলত পাকিস্তানৰ পৰা ভাৰতলৈ বিয়পি পৰে৷ পাকিস্তানৰ সীমাৰ ওচৰত থকা ৰাজস্থানৰ জিলাবোৰলৈ এই সংক্ৰামক ৰোগ দ্ৰুতগতিত বিয়পিছে৷ পশু পালন বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলবোৰত চিকিৎসকৰ দল নিয়োগ কৰিছে

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...