পানীফল চিনি পায়নে ? ইয়াৰ আছে বহু উপকাৰী গুণ (Know the multiple benefits of water chestnut)

0
764
সাধাৰণতে জলাশয়ত পানীফল পোৱা যায়৷ খাদ্য আৰু পুষ্টিগুণৰ বাবে পানীফল মহৌষধ৷  পানীফলক পানী শিঙৰা বুলিও জনা যায়৷ ইয়াৰ স্বাদ পানীৰ দৰে৷ ইয়াৰ সোৱাদ যদিও নাই, তথাপি উপকাৰিতা বহুত৷

(১) ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ লগতে ছাল সতেজ আৰু কোমল ৰাখিবলৈ পানীফল খাওক৷


(২) পানীফলে শৰীৰৰ দুৰ্বলতা ভাব নাইকিয়া কৰিব পাৰে৷


(৩) অনিয়ন্ত্ৰিত ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে পানীফল উপকাৰী৷

Water Chestnut, aka Singhara - Farmers Family


(8) পানীফল যকৃতৰ প্ৰদাহনাশক, অৰ্থাৎ লিভাৰৰ ইনফ্লামেশ্যন নিৰাময়ৰ বাবে এইবিধ খোৱা ভাল৷


(৫) বিষাক্ত পোক-পৰুৱাই দংশন কৰিলে ইয়াৰ পৰা হোৱা বিষ নিৰাময়ৰ বাবে লগে লগে পানীফল পিচি ক্ষতস্থানত লগালে বিষ, যন্ত্ৰণা নিৰাময় হয়৷


(৬) কেঁচা পানীফলত প্ৰায় তিনিভাগ পানী থাকে৷ এইবিধ ফল প্ৰচুৰ এণ্টিঅক্সিডেণ্ট উপাদানেৰে সমৃদ্ধ৷

Amritsar, Punjab, India. Singhara - Indian name - black water chestnuts or water caltrop, of the genus Trapa. Known as Paniphal in Bangladesh Stock Photo - Alamy


(৭) শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ বাবে পানীফল খালে সুফল পোৱা যায়৷


(৮) ইয়াত প্ৰচুৰ পৰিমাণে পটাচিয়াম থাকে বাবে হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে৷


(৯) যৌন দুৰ্বলতাৰ বাবে পানীফল উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here