নেমু টেঙাৰ সৈতে ভুলতো এইবোৰ নাখাব !

0
705
সাধাৰণতে আমি খোৱা খাদ্যৰ তালিকাত বিভিন্ন খাদ্য সামগ্ৰীৰ সংমিশ্ৰণ কৰোঁ৷ এই সংমিশ্ৰিত খাদ্যবোৰে আমাৰ পাচনতন্ত্ৰত বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলায়৷ ইয়াৰে কিছুমান সংমিশ্ৰণে পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়৷ কেতিয়াবা এনে খাদ্য গ্ৰহণে স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে৷ কিছুমান খাদ্য একেলগে গ্ৰহণ কৰিলে শৰীৰত বিষাক্ত দ্ৰব্য উৎপন্ন হৈ শৰীৰটোৰ ক্ষতি সাধন কৰিব পাৰে৷ সেয়ে আমি জানো আহক কি কি খাদ্য একেলগে খাব নালাগে৷

[১] নেমুৰ সৈতে দৈ– নেমু টেঙাৰ সৈতে দৈ কেতিয়াও খাব নালাগে৷ দুগ্ধজাত সামগ্ৰীবোৰ টেঙাজাতীয় ফলৰ সৈতে খালে পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰে৷ এইদৰে খালে শৰীৰত বিষাক্ত পদাৰ্থ উৎপন্ন হৈ আপুনি বদহজম, চৰ্দি, চাইনাছ, এলাৰ্জি আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে৷

Lemon Juice and Curd Remedies for Dandruff | Man Matters


[২] নেমুৰ সৈতে কণী– কণীৰ সৈতে নেমু খালে শৰীৰত বদহজম, গেছ আদি সমস্যাই দেখা দিব পাৰে৷ ই স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়৷

DIY Brightening and Tightening Face Mask - The Kitchen McCabe


[৩] নেমুৰ সৈতে অমিতা– নেমুৰ সৈতে ভুলতো অমিতা একেলগে নাখাব৷ ইয়াৰ ফলত আপোনাৰ হিম’গ্লবিনৰ ভাৰসাম্যতা কমিব পাৰে৷ লগতে আপুনি ৰক্তহীনতাত ভুগিব পাৰে৷৷ প্ৰাপ্তবয়স্ক লোকৰ উপৰি নেমুৰ লগত অমিতা একেলগে খোৱাটো শিশুৰ বাবে অতি বিপজ্জনক৷

What Happens To Your Body When You Drink Papaya Juice With Lemon? - Boldsky.com


[8] নেমুৰ সৈতে বিলাহী– নেমুৰ সৈতে বিলাহী খোৱাটো অনুুচিত৷ ইয়াৰ ফলত শৰীৰৰ পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে৷ গেষ্ট্ৰিক, এচিডিটি আদি সমস্যাই দেখা দিব পাৰে৷

Metal Knife Cuts The Lemon And Herbs, Board, Tomato Stock Photo, Picture And Royalty Free Image. Image 25957156.

LEAVE A REPLY

Please enter your comment!
Please enter your name here