ভাৰতীয় মহাকাশ গৱেষণা সংগঠন চমুকৈ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে চন্দ্ৰযান-৩ মিছন সাজু আৰু প্ৰস্তুতিৰ চূড়ান্ত পৰ্যায়ত আছে৷ ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ দি সোমনাথে কয় যে কৃত্ৰিম উপগ্ৰহটো সম্পূৰ্ণৰূপে সংহত কৰা হৈছে৷ এই কথাই ইংগিত দিয়ে যে চন্দ্ৰযান ছিৰিজৰ অংশ তৃতীয়টো মিছন উৎক্ষেপণ কৰিবলৈ ইছৰ’ সাজু৷ এই বছৰৰ জুনত চন্দ্ৰযান-৩ মিছন উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে৷ চন্দ্ৰত অৱতৰণ কৰোঁতে চন্দ্ৰযান-২ ধ্বংস হৈছিল৷ আনহাতে থলুৱাভাৱে নিৰ্মিত সমুদ্ৰযান নামৰ এখন জাহাজ সাগৰৰ ৫ মিটাৰ তললৈ ভাৰতে ৩জন অন্বেষণকাৰীক পঠিয়াব৷ চেন্নাইৰ নেশ্যনেল ইন্সটিটিউট অব্ অ’ছেন টেকন’লজিৰ অভিযন্তাসকলে তীখাৰ এই যানখনৰ আৰ্হি প্ৰস্তুত কৰিছে৷
ইছ’ৰৰ চন্দ্ৰযান-৩ মিছনৰপ্ৰস্তুতি চূড়ান্ত পৰ্যায়ত
By Health Plus
47
RELATED ARTICLES
চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু
Health Plus - 0
ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...
বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?
Health Plus - 0
দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...
জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?
Health Plus - 0
জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...
Most Popular
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...