আটাইতকৈ চুটি দিন হিচাপে ২৯ জুলাইত পৃথিৱীয়ে ইয়াৰ অভিলেখ ভংগ কৰিলে৷ পৃথিৱীয়ে ২৪ ঘণ্টাত নিজৰ অক্ষত এপাক মাৰে৷ কিন্তু ২৯ জুলাইত ২৪ ঘণ্টাতকৈ ১.৫৯ মিলি ছেকেণ্ড কম সময়ত ঘূৰ্ণন [ৰটেশ্যন] সম্পূৰ্ণ কৰে৷ ইণ্ডিপেণ্ডেণ্ট নামৰ কাকতখনৰ মতে, পৃথিৱীৰ গতি কিছুদিনৰ পৰা বৃদ্ধি পাইছে৷ ১৯৬০ৰ দশকৰ পৰা ২০২০ চনত পৃথিৱীৰ এটা মাহ আটাইতকৈ চুটি আছিল৷ ২০২০ চনৰ জুলাই মাহ আছিল সৰ্বকালৰ আটাইতকৈ চুটি মাহ৷ সেই মাহটো গতানুগতিক ২৪ ঘণ্টীয়া দিনতকৈ ১.৪৭ মিলি ছেকেণ্ড কম আছিল৷ ২০২১ চনতো পৃথিৱীৰ গতি বাঢ়িছিল৷ কিন্তু কোনো অভিলেখ ভংগ হোৱা নাছিল৷ পৃথিৱীৰ গতি [স্পিন] বঢ়াৰ কাৰণ জানিব পৰা হোৱা নাই
আশ্চৰ্য! বৃদ্ধি পাইছে পৃথিৱীৰ গতি
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.