Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

ছুপাৰফুড কঁঠালে স্বাস্থ্যৰকিদৰে উপকাৰ সাধন কৰে

এই সময়খিনি বজাৰত চাৰিওফালে কঁঠাল আৰু কঁঠাল৷ অতি সুস্বাদুৰে ভৰা কঁঠাল সকলোৰে প্ৰিয় এবিধ ফল৷ ইয়াৰ গোন্ধে সকলোকে আকৰ্ষণ কৰে৷ কঁঠালৰ সোৱাদ...

নিয়মিত এই পানীয় খালেব্লেকহেডছৰ সমস্যা দূৰ হয়

বহুতৰে ব্লেকহেডছৰ সমস্যা থাকে৷ ব্লেকহেডছৰ সমস্যাটোৱে মানুহজনক দেখিবলৈ অশুৱনি কৰে৷ সেয়েহে এই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি সপ্তাহৰ মূ্‌ৰ মূৰে পাৰ্লাৰলৈ ঢাপলি...

টুথপেষ্ট লগোৱাৰ আগতে ব্ৰাছ ভিজোৱা উচিতনে ?

ৰাতি পুৱা টোপনিৰ পৰা উঠি সকলোৰে দাঁত ব্ৰাছ কৰাটো এটা নিয়ম৷ সকলোৱে দাঁত, মুখ ধুই-মেলিহে ব্ৰেক ফাষ্ট কৰিবলৈ টেবুলত বহে৷ দাঁত নষ্ট...

এই পদ্ধতিৰে চিনাক্তকৰক বিশুদ্ধ ঘিউ

ঘিউ হ’ল ঘৰত থকা ৰন্ধন প্ৰণালীৰ এক অবিচ্ছেদ্য অংশ৷ গৰম ভাতৰ সৈতে নিমখ মিহলি ঘিউৰে খোৱা ভাতসাঁজৰ কথা মনত পৰিলে জিভাৰ পানী...

অধ্যয়নে ক’লে : কম টোপনিয়ে মেদ বঢ়ায়

বৰ্তমান সমগ্ৰ বিশ্বৰে বৃহৎসংখ্যক লোক মেদবহুলতাত ভুগিছে৷ কম টোপনিও ইয়াৰ এটা প্ৰধান কাৰণ৷ গৱেষকৰ দল এটাই এই কথা প্ৰকাশ কৰিছে৷ গৱেষকৰ মতে...

এইবোৰ খাদ্যই শৰীৰতহেপ্পী হৰমন বঢ়ায়

ষ্ট্ৰেচ এটা গুৰুতৰ সমস্যা, যিয়ে আপোনাৰ স্বাস্থ্যৰ বহুত ক্ষতি কৰিব পাৰে৷ ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত খাদ্য গ্ৰহণ কৰা উচিত৷...

মহিলাৰ পিৰিয়ডৰ সমস্যাতনিয়মিত এই পানীয় খাওক

মহিলাসকলৰ পিৰিয়ড বন্ধৰ সমস্যাটে এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এটা নিৰ্দিষ্ট সময়ত পাছত পিৰিয়ডৰ এই প্ৰক্ৰিয়াটো নোহোৱা হৈ যায়৷ কিন্তু ঋতুস্ৰাৱ চলাকালীন সময়ত...

এইবোৰ প্ৰ’টিনযুক্ত খাদ্যৰসন্মুখত মাছ-মাংসও ব্যৰ্থ

শৰীৰৰ শক্তি বৃদ্ধি, পেশী তথা হাড় মজবুত কৰাৰ বাবে প্ৰ’টিন প্ৰয়োজনীয় উপাদান৷ ইয়াৰ অন্যথা প্ৰ’টিনৰ ঘাটনিৰ ফলত শৰীৰ দুৰ্বল হ’ব পাৰে৷ অকল...

ঘৰতে কিদৰে প্ৰ’টিন পাউডাৰ প্ৰস্তুত কৰিব ?

আমাৰ শৰীৰ বাবে প্ৰ’টিন নিতান্তই প্ৰয়োজনীয় উপদান৷ যিসকলে শৰীৰৰ ওজন বঢ়াবলৈ বিচাৰে বা যিসকলে নিয়মিতভাৱে জিমলৈ যায়, তেওঁলোকে প্ৰ’টিন পাউডাৰ গ্ৰহণ কৰে৷...

এইবোৰ খাদ্যই ঋতুস্ৰাৱ বন্ধৰপাছত হৰমনৰ অভাৱ পূৰণ কৰে

মহিলাসকলৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ পৰিপূৰ্ণ হৈ উঠাৰ পৰা সন্তান ধাৰণ কৰা ক্ষমতালৈ এই সকলোবোৰৰ ক্ষেত্ৰতে ইষ্ট্ৰোজেন হৰমনৰ ভূমিকা অপৰিসীম৷ প্ৰজনন লগত এই...

অধ্যয়নে ক’লে : কম টোপনিয়ে মেদ বঢ়ায়

বৰ্তমান সমগ্ৰ বিশ্বৰে বৃহৎসংখ্যক লোক মেদবহুলতাত ভুগিছে৷ কম টোপনিও ইয়াৰ এটা প্ৰধান কাৰণ৷ গৱেষকৰ দল এটাই এই কথা প্ৰকাশ কৰিছে৷ গৱেষকৰ মতে...

গৰমত এগিলাচ কুঁহিয়াৰৰস মেজিকৰ দৰে

এই প্ৰচণ্ড গৰমত শৰীৰ শীতল কৰি ৰাখিবলৈ এবিধ আশ্চৰ্যকৰ পানীয় নাম ল’ব পাৰি৷ প্ৰকৃতপক্ষে প্ৰখৰ ৰ’দ তথা গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ঠাণ্ডা...

Most Read

দ্ৰুতগতিত বৃদ্ধি মগজু, কিডনী বাবে বিপজ্জনক এইবিধ ভেঁকুৰ

এছপাৰগিলাছ ফুমিগেটাছ নামৰ ভেঁকুৰবিধৰ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ক্ৰমশঃ অসুস্থ হৈছে মানুহ৷ বতাহত সহজে ভাহি আহি আক্ৰমণ কৰিছে মানুহক৷...

আম অকল সুস্বাদুইনে? জানক ইয়াৰ উপকাৰিতা

আম এবিধ অতি সুস্বাদু ফল৷ গ্ৰীষ্মকালত পোৱা ফলসমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু এবিধ পুষ্টিকৰ ফল৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু...

সন্তানৰ বুদ্ধিৰ ধাৰ বৃদ্ধিত এই আসন শিকাওক

সন্তানৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধি তথা বৃদ্ধিৰ কাৰণে সৰুৰে পৰা যত্ন লোৱা উচিত৷ সৰুতে শিশুৱে সকলোখিনি আয়ত্ত কৰি লয়৷ এই ক্ষেত্ৰত সঠিক পথ...

একেবাৰে নিৰ্মূল হ’ব পাৰ্কিনশ্যন! স্নায়ুৰ ৰোগৰ নতুন আশাৰ পোহৰ

বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তাৰ ভিতৰত পাৰ্কিনশ্যন অন্যতম৷ বিশ্বব্যাপী লাখ লাখ মানুহ পাৰ্কিনশ্যনত আক্ৰান্ত হয়৷ মূলতঃ...