Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদস্বৰূপ এইবিধ পাচলি

তিতা কেৰেলা বহুতেই খাবলৈ বেয়া পায়৷ তিতা কেৰেলা বুলিলে নাক কোঁচোৱা মানুহৰ সংখ্যা সৰহ৷ অৱশ্যে আজিকালি ইয়াৰ...

ডিমৰু ফল চিনি পায়নে ? ইয়াৰ আছে আচৰিত গুণ

ডিমৰু গছ বহুতৰে বাবে হয়তো চিনাকি নহয়৷ বহুতৰ বাবে অপৰিচিত এই ডিমৰু গছজোপা৷ ঘৰৰ একেবাৰে পিছফালে জয়াল ঠাইত,...

মধুমেহ ৰোগীয়ে কোমোৰা কিয় খাব লাগে ?

বতৰ্মান সময়ত সমগ্ৰ বিশ্বতে প্ৰতিদিনে মধুমেহ বা ডায়েবেটিছ ৰোগত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে৷ মধুমেহ এনে এবিধ ৰোগ, যি...

ফল-মূল, শাক-পাচলি কেনেদৰে ফ্ৰিজত ৰাখিব ?

শাক-পাচলি, ফল-মূল আদি বহুদিনলৈ নষ্ট নোহোৱা বা পচি নাযাবলৈ ফ্ৰিজত সংৰক্ষণ কৰা হয়, যাতে এইবোৰ কেইবাদিনলৈ খাই থাকিব...

গৰ্ভাৱস্থাত দেহত ৰ’দ লগালে পায় আচৰিত গুণ

মাতৃৰ জৰায়ুত গৰ্ভস্থ সন্তানৰ বাবে ভিটামিন-ডি অত্যন্ত লাগতিয়াল৷ শিশুৰ জন্মৰ আগৰ পৰা শিশুটিৰ যি বৃদ্ধি আৰু বিকাশ হৈ...

আম খোৱাৰ পাছত ভুলতো এইবোৰ নাখাব

গ্ৰীষ্মকালত আম, জাম, কঁঠাল, লিচু আদি অনেক ৰকমৰ ফল খাবলৈ পোৱা যায়৷ বৰ্তমান সময়ত পকা আমেৰে বজাৰ ভৰি পৰিছে৷ সৰু-ডাঙৰ সকলোৰে মাজত...

যৌৱন ধৰি ৰাখিব বিচাৰিলে এইবোৰ খাদ্য গ্ৰহণ কৰক

বয়সৰ চাপ নাইকিয়া কৰিবলৈ নামী-দামী বিভিন্ন ধৰণৰ প্ৰশাধনী সামগ্ৰী ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়৷ কিন্তু এইদৰে বাহ্যিকভাৱে বিভিন্ন...

প্ৰতিদিনে কেঁচা জলকীয়া খোৱাৰ অভ্যাস কৰক

ডাইনিং টেবুলত কেঁচা জলকীয়া বহুতৰে বাবে এটা প্ৰিয় নাম৷ কিছুমান এটা অভ্যাস আছে যে খোৱাৰ সময়ত যদি এটা...

গুণবিশিষ্ট এইবিধ খাদ্য খালে পাব দীৰ্ঘ জীৱন

এটা সুস্থ জীৱন আৰু সুস্বাস্থ্য সকলোৱে কামনা কৰে৷ কিছু কিছু ক্ষেত্ৰত আমাৰ নিজৰে বদঅভ্যাসৰ কাৰণে জীৱন-যাত্ৰাক কঠিন কৰি...

শৰীৰ সুস্থ ৰাখিবলৈ বেলৰ ৰস কিমান উপকাৰী ?

প্ৰাচীন কালৰে পৰা স্বাস্থ্যৰক্ষাৰ বাবে বেলৰ ৰস সেৱন কৰি অহা হৈছে৷ গ্ৰীষ্মকালত অত্যধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে...

ফলৰ গাত কিয় ষ্টিকাৰ লগোৱা হয় জানেনে ?

বজাৰত ফল কিনিবলৈ গ’লে ফলৰ গাত এটা ষ্টিকাৰ থকা সকলোৱে প্ৰত্যক্ষ কৰিছে নি(য়৷ বজাৰত পোৱা আম, মধুৰিআম, আপেল...

ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে এইবোৰ খাদ্য খাওক

ইউৰিক এচিডত ভুগি থকাসকলৰ বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ ইয়াৰ মুখ্য সমস্যাটো হৈছে গাঁঠিৰ বিষ৷ ইয়াৰ লগতে বৃক্কৰ...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...