[rev_slider alias=”ad-slider-1″]
ৰান্ধনী ঘৰৰ বাচন-বৰ্তনপৰিষ্কাৰ কৰি ৰখাৰ সহজ উপায়
Health Plus - 0
ৰান্ধনী ঘৰত বিভিন্ন আকাৰ তথা প্ৰকাৰৰ বটল, বৈয়াম আগি ৰখাৰ প্ৰয়োজন হয়৷ কাৰণ সেইবোৰত চেনি, নিমখ, তেল, চাউল, দাইল, আটা, নানাপ্ৰকাৰৰ মছলাৰে...
হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ ভিটামিন-Dএ কিদৰে সহায় কৰে
Health Plus - 0
মানুহৰ দীৰ্ঘায়ু কোনে এটা বিষয়ত নিৰ্ভৰ নকৰে আৰু এই কথা ঠিক যে কিছুমান উপাদান শৰীৰৰ সু্স্থ-নিৰোগী আৰু দীৰ্ঘায়ু জীৱন পাবলৈ অৱশ্যেই প্ৰয়োজন৷...
আনৰ মেকআপ কিট শ্বেয়াৰ কৰিলেহ’ব পাৰে ছালৰ এই সমস্যা
Health Plus - 0
কোনো অনুষ্ঠানেই হওক বা উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদিত যেতিয়া মেকআপৰ কথা আহে, তেতিয়া মহিলাসকলৰ মাজত ইয়াক লৈ প্ৰতিযোগিতা আৰম্ভ হয়– মেকআপ কৰি কোনে...
বাৰে বাৰে চাহ গৰম কৰি খালেহ’ব পাৰে শৰীৰৰ মাৰাত্মক ক্ষতি
Health Plus - 0
প্ৰায়ভাগ মানুহৰে পুৱা শুই উঠিয়েই একাপ ধোঁৱা বলি থকা চাহ খোৱাটো এটা অভ্যাস৷ কিছুমানে আকৌ বিছনাৰ পৰা উঠি চাহকাপ নাখালে একো কামেই...
শৰীৰৰ ওজন কমাবলৈকেঁচা জলকীয়া কাৰ্যকৰী
Health Plus - 0
বৰ্তমান প্ৰায়ভাগ লোকৰে মেদবহুলতাৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ ইয়াৰ ফলত শৰীৰৰ একাধিক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ প্ৰধানতঃ খাদ্যাভ্যাস, ফাষ্টফুডৰ প্ৰতি আকৰ্ষণ, শাৰীৰিক...
নিতৌ খালী ভৰিৰে ২০ মিনিট খোজ কাঢ়ক : ফলাফল নিশ্চিত
Health Plus - 0
খালী ভৰিৰে খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি আগৰ দিনৰ বয়সস্ক লোকসকলে কোৱা প্ৰায়ে শুনিবলৈ পোৱা গৈছিল৷ কিন্তু আজিৰ জীৱনশৈলীত মানুহে খালী...
সুস্বাস্থ্য ধৰি ৰাখিবলৈমাটিৰ কলহত থোৱা পানী খাওক
Health Plus - 0
আদিম কালত মানুহে পানী খাওঁতে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷ অকল পানী খোৱাৰ বাবেই নহয়, মাটিৰ পাত্ৰত ৰান্ধিছিলো৷ সেই সময়ত মানুহৰ আজিৰ দৰে...
হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ ভিটামিন-Dএ কিদৰে সহায় কৰে
Health Plus - 0
মানুহৰ দীৰ্ঘায়ু কোনে এটা বিষয়ত নিৰ্ভৰ নকৰে আৰু এই কথা ঠিক যে কিছুমান উপাদান শৰীৰৰ সু্স্থ-নিৰোগী আৰু দীৰ্ঘায়ু জীৱন পাবলৈ অৱশ্যেই প্ৰয়োজন৷...
বোটক্স নকৰাকৈ মুখত পৰা বয়সৰচাপ নিৰ্মূল কৰিবলৈ এই ফেচপেক
Health Plus - 0
পিঁয়াজৰ ৰসৰ সৈতে মৌ, হালধি, নেমুৰ ৰস মিহলাই এটা পেক প্ৰস্তুত কৰক৷ প্ৰয়োজন হ’লে ভিটামিন-ই কেপছুল এটাও মিহলাই ল’বলৈ নাপাহৰিব৷ এই মিশ্ৰণটোৰে...
ৰাতি হালধি দিয়া গাখীৰখালে আচৰিত লাভ পাব
Health Plus - 0
যেতিয়াই শৰীৰৰ কোনো অংশ আঘাতপ্ৰাপ্ত হয়, তেতিয়া বয়োজ্যেষ্ঠ লোকসকলে হালধিযুক্ত গাখীৰ খাবলৈ পৰামৰ্শ দিয়া আপোনালোকে নিশ্চয় দেখিছে৷ কিয়নো হালধি দিয়া গাখীৰে ঘা...
খালী পেটত নিমপাত খাওকপাব আচৰিত লাভ
Health Plus - 0
এটা সাধাৰণ কথা হ’ল য়ে আমাৰ সমাজত সকলোৰে পদূলিমুখত এটা নিমগছ থকাটো এটা পৰম্পৰাৰ লেখীয়া৷ নিমগছ অহিবনে পদূলিমুখ উকা যেন লাগে৷ অকল...
হাৰ্ট ভালে ৰাখিবলৈদৈনিক এইবোৰ কৰক
Health Plus - 0
বৰ্তমান সমগ্ৰ বিশ্বতে হাৰ্ট এটেক অথবা হাৰ্টৰ বিভিন্ন সমস্যাত ভুগি মৃত্যু হোৱা লোকৰ সংখ্যাই অধিক৷ সেয়েহে এনে সময়ত আপুনি আপোনাৰ হাৰ্টটো সুস্থ...
Most Read
স্মৃতিশক্তি উন্নত কৰিবলৈ এইকেইটা সাধাৰণ টিপছ
আমাৰ বহুতৰে গুৰুত্বপূৰ্ণ বিষয়, সামগ্ৰী বা বস্তু ৰাখি থৈ পাছত পাহৰি যোৱাটো সকলোৰে ক্ষেত্ৰতে হয়৷ কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ, অফিচিয়েলি ফাইল আদি...
মাংস মেৰিনেট কৰাৰ ফলত খাদ্যত কি ঘটিব পাৰে
ৰন্ধাৰ আগে আগে মাংসত নিমখ-হালধি সানি লোৱা হয়৷ যাতে মাংসৰ টুকুৰাৰ ভিতৰত ভালদৰে নিমখ সোমাই যাব পাৰে৷ ইয়াৰ লগতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ...
কলেষ্টৰেল কমাবলৈ, হৃদৰোগৰ সম্ভাৱনা হ্ৰাসৰ নতুন ঔষধ
কলেষ্টৰেল যদি নিয়ন্ত্ৰণত নাথাকে, তেনেহ’লে তাৰ পৰা বিভিন্ন সমস্যা হ’ব পাৰে৷ মাত্ৰাতিৰিক্ত কলেষ্টৰেলে হাৰ্ট এটেকৰ কাৰণো হ’ব পাৰে৷ সেয়ে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিবলৈ...
আপুনি মিঠাইপ্ৰিয় নেকি?দোকানৰ মিঠাই খাওঁতে দহবাৰ ভাবক
আপুনি মিঠাই খাই ভাল পায় নেকি? মিঠাইৰ প্ৰতি আপোনাৰ দুৰ্বাৰ আকৰ্ষণ আছে নেকি? তেন্তে আজিৰ পৰাই মিঠাই খাওঁতে সাৱধান হওক৷ কিয়নো মহানগৰীত...