[rev_slider alias=”ad-slider-1″]
ক’লা কিচমিচৰ স্বাস্থ্য উপকাৰী গুণ জানেনে ?
Health Plus - 0
ক’লা কিচমিচ– ইয়াক মূলতঃ আঙুৰ শুকাই প্ৰস্তুত কৰা হয়৷ এই ক’লা কিচমিচত আছে বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰী গুণ ক’লা কিচমিচত পটাচিয়াম আৰু...
বতৰৰ ফল বগৰীৰ উপকাৰিতাজানিলে অবাক হ’ব
Health Plus - 0
এতিয়া বগৰী খোৱাৰ বতৰ৷ গছত পকি হালধীয়া-ৰঙা হৈ থকা বগৰী দেখিলে সকলোৰে খাবৰ মন যায়৷ টেঙা-মিঠা বগৰীৰ গুণ বহুতো৷ আচলতে বগৰীত ভালেমান...
খোজ কঢ়াটো উত্তম যদিওএই ভুলবোৰ কেতিয়াও নকৰিব
Health Plus - 0
খোজকঢ়াটো শৰীৰৰ বাবে খুব উপকাৰী৷ এই কথাটো আমি সকলোৱে জানো৷ সেয়ে বহুতেই স্বাস্থ্য ৰক্ষাৰ নিয়ম হিচাপে পুৱা-গধূলি খোজ কঢ়াটো নিয়মত পৰিণত কৰে৷...
কাহ, চৰ্দি আদি নিমিষতে দূৰহ’বলৈ ঘৰুৱাভাৱে এই উপায়
Health Plus - 0
শীতকালৰ আগমনৰ লগে লগে ঠাণ্ডাৰ লগতে সৰু ল’ৰা-ছোৱালীকে ধৰি প্ৰাপ্তবয়স্কসকলৰো কাহ, চৰ্দি আদি হ’বলৈ ধৰে৷ বতৰৰ পৰিৱৰ্তনৰ বাবেই এইদৰে কাহ, চৰ্দি আদিয়ে...
সন্তানৰ উচ্চতা বঢ়াবলৈ এইবোৰ খাদ্য খাবলৈ দিয়ক
Health Plus - 0
বয়স অনুপাতে সন্তানৰ উচ্ছতা ঠিকমতে নাবাঢ়িলে মাক-দেউতাকৰ চিন্তাৰ কাৰণ হৈ পৰে৷ অৱশ্যে বিভিন্ন ক্ষেত্ৰত শিশুৰ শৰীৰৰ উচ্ছতা বৃদ্ধিৰ কাৰকটো জিনগত কাৰণৰ বাবেও...
৫০-তো দেখিব ২০ বছৰীয়া!মাশ্বৰূমত লুকাই আছে অমৰত্বৰ বীজ
Health Plus - 0
মাশ্বৰূম বা কাঠফুলা এক প্ৰাচীন কালৰ পৰা ব্যৱহৃত পাচলি৷ খুব কম পাচলিতহে এনেধৰণৰ সোৱাদ তথা স্বাস্থ্যগুণ থাকে, যি মাশ্বৰূমত পোৱা যায়৷ গৱেষকে...
ফুলকবিয়ে ওজন হ্ৰাসৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে
Health Plus - 0
শীতকালৰ পাচলিবোৰৰ ভিতৰত ফুলকবিও অন্যতম৷ ফুলকবি বন্ধা অৰু ওলকবিৰ পৰিয়ালৰে৷ ভাৰতলৈ ফুলকবিৰ আগমন ঘটিছিল ব্ৰিটিছৰ শাসনৰ সময়ত৷ নিজৰ গুণৰ বলত এতিয়া ফুলকবি...
প্ৰতিদিনে নেমু খালেশৰীৰৰ কি ঘটিব পাৰে
Health Plus - 0
সুস্বাদু, ৰসাল তথা ভিটামিন-চিসমৃদ্ধ নেমুক ছুপাৰ ফুড হিচাপে বিবেচনা কৰা হয়, যি বিভিন্ন ধৰণে শৰীৰৰ উপকাৰ সাধন কৰে৷ এই চাইট্ৰিক ফলবিধ বিশ্বৰ...
শাৰীৰিক কি কি সমস্যাতসৰিয়হ শাক হয় বিষৰ সমান
Health Plus - 0
শীতকাল মানেই নানাবিধ শাক খোৱাৰ সময়৷ কিয়নো শীতকালতেই সকলো প্ৰকাৰৰ শাক উৎপন্ন হয় আৰু খোৱাৰ উপযোগী হৈ উঠে৷ পালেং, মূলা, লাই, লফা,...
ৰঙালাও-এ মানসিক চাপপ্ৰৌঢ়তা প্ৰতিৰোধ কৰে
Health Plus - 0
ৰঙালাও এবিধ অতি প্ৰাচীন পাচলি আৰু ইয়াৰ খেতি সমগ্ৰ বিশ্বতে কৰা হয়৷ ৰঙালাওৰ বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন ৰন্ধা হয়৷ ৰঙালাও পুষ্টিকৰ দ্ৰব্যৰে...
পালেং শাকে দেহক সতেজকৰি ৰখাত সহায় কৰে
Health Plus - 0
সেউজীয়া শাক-পাচলিৰ নাম ল’লেই সকলোৰে আগত স্থান পায় পালেং শাকে৷ পালেং শাকৰ বিভিন্ন সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়৷ পালেং শাকত প্ৰচুৰ মাত্ৰাত...
মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ কিদৰে হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ?
Health Plus - 0
মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে শৰীৰৰ হৰমনৰ ভাৰসাম্য বজাই ৰখাটো জৰুৰী৷ আৱেগ-অনুভূতি নিয়ন্ত্ৰণত ৰাখিবলৈ ফিল গুড ৰাসায়নিকবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আপোনাৰ...
Most Read
কলেষ্টৰেল কমাবলৈ, হৃদৰোগৰ সম্ভাৱনা হ্ৰাসৰ নতুন ঔষধ
কলেষ্টৰেল যদি নিয়ন্ত্ৰণত নাথাকে, তেনেহ’লে তাৰ পৰা বিভিন্ন সমস্যা হ’ব পাৰে৷ মাত্ৰাতিৰিক্ত কলেষ্টৰেলে হাৰ্ট এটেকৰ কাৰণো হ’ব পাৰে৷ সেয়ে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিবলৈ...
আপুনি মিঠাইপ্ৰিয় নেকি?দোকানৰ মিঠাই খাওঁতে দহবাৰ ভাবক
আপুনি মিঠাই খাই ভাল পায় নেকি? মিঠাইৰ প্ৰতি আপোনাৰ দুৰ্বাৰ আকৰ্ষণ আছে নেকি? তেন্তে আজিৰ পৰাই মিঠাই খাওঁতে সাৱধান হওক৷ কিয়নো মহানগৰীত...
টেপেৰে ঠিকমতে পানী নসৰকাত এচামুচ তেলেই মেজিকৰ কাম কৰিব
কেতিয়াবা ঘৰৰ পানীৰ টেপৰ পৰা টোপটোপকৈ পানী সৰে৷ টেপত আৱৰ্জনা তথা ময়লা জমা হৈ স্তৰৰ সৃষ্টি কৰি পানী অহাত বাধা দিয়ে, যাৰ...
হাতৰ জৰিয়তে জানিব পাৰি ছুগাৰ বঢ়াৰ লক্ষণ
বৰ্তমান সময়ত ডায়েবেটিছ এক জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে৷ ভাৰতত এই ৰোগত আক্ৰান্তৰ সংখ্যা নিতৌ...