Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

ছাল আৰু চুলিৰ পৰা পেটৰ সমস্যালৈকে…বটৰ গুণ জানিলে আপুনি অবাক হ’ব

.প্ৰকৃতিৰ বুকুত এনে বহুতো গছ-গছনি আছে, যি খুবেই গুৰুত্বপূৰ্ণ৷ ইয়াৰ ভিতৰত কিছুমান গছক মানুহে দেৱতা জ্ঞান কৰি পূজা-অৰ্চনা কৰাও দেখা যায়৷ এইসমূহ...

কুকুৰপ্ৰিয়সকলে কুকুৰৰ খাদ্যৰযতন কেনেকৈ ল’ব?

আধুনিক সমাজখনত আজিকালি প্ৰায়ভাগ মানুহে কুকুৰ পোহাটো পৰিলক্ষিত হৈছে৷ সচৰাচৰ স্থানীয় কুকুৰৰ বাহিৰেও বহিৰাগত বিভিন্ন প্ৰজাতিৰ কুকুৰ মানুহে প্ৰতিপালন কৰি আহিছে৷ কুকুৰ...

সমীক্ষা : ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ বায়ু প্ৰদূষণ

বৰ্তমান সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগে ভয়ানকভাৱে বিস্তাৰ লাভ কৰিছে৷ ডায়েবেটিছ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে খাদ্যবস্তুৰ ভেজালকৰণ,...

নিশাৰ আহাৰ গ্ৰহণ কৰিদহ মিনিট খোজ কাঢ়ক

আধুনিক জীৱন শৈলীত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈও সময় নোহোৱা হৈছে৷ এতিয়া মানুহে খাদ্য খোৱাৰ পাছত দীঘলীয়া সময় বহি থাকে বা...

ভিটামিন-ই কেপছুলৰ আছেযৌৱন ধৰি ৰখাৰ মন্ত্ৰ

সুন্দৰ হ’বলৈ কোনেনো হাবিয়াস নকৰে৷ সেয়ে সুন্দৰ, দেখনিয়াৰ হ’বলৈ বিশেষকৈ মুখৰ সৌন্দৰ্যতা বঢ়াবলৈ বিভিন্ন নামী-দামী প্ৰডাক্ট, ক্ৰিম আদি ব্যৱহাৰ কৰে৷ এইদৰে বহু...

ৰঙা মূলা স্বাস্থ্যৰ বাবেকিমান উপকাৰী জানেনে?

এতিয়া শীতকালত সাধাৰণতে খোৱা শাক-পাচলিৰ দিন আৰম্ভ হৈছে৷ এই সময়ছোৱাত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি পোৱা যায়৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ৰঙা মূলা৷...

হালধি স্বাস্থ্যৰ বাবে কিমান উপকাৰী : কি কয় গৱেষকে

ভাৰতত হালধিৰ গুৰুত্ব প্ৰায় সকলোৱে বুজি পায়৷ হালধিৰ ভালেমান ঔষি¸ধ গুণ থকা বুলিও বহুতে জানে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে হালধিৰ ঔষধি...

এই ফলবিধ ডেংগুৰ মহৌষধ,আছে হজম শক্তি বঢ়োৱাৰ গুণ

গ্ৰীষ্মপ্ৰধান দেশ হোৱাৰ কাৰণে ভাৰতবৰ্ষত নিৰ্দিষ্ট ঋতুৰ উপৰিও বেলেগ সময়তো ফ্লু তথা অন্যান্য ৰোগৰ সংক্ৰমণ দেখা যায়৷ এনে সময়ত ভিটামিন-চি সমৃদ্ধ কিউই...

Hypothyroidism-ৰ সমস্যাতএইবোৰ খাদ্য এৰাই চলক

থাইৰয়েড বিশ্বজুৰি এক পৰিচিত ৰোগ৷ য’ত নেকি আপোনাৰ থাইৰয়েডৰ এই গুৰুত্বপূৰ্ণ হৰমনবোৰ খুব বেছি বা খুব কম উৎপাদন কৰে৷ থাইৰয়েডৰ হাইপাৰথাইৰয়েডিজম, থাইৰয়েডাইটিছ...

ৰান্ধনী ঘৰৰ বাচন-বৰ্তনপৰিষ্কাৰ কৰি ৰখাৰ সহজ উপায়

ৰান্ধনী ঘৰত বিভিন্ন আকাৰ তথা প্ৰকাৰৰ বটল, বৈয়াম আগি ৰখাৰ প্ৰয়োজন হয়৷ কাৰণ সেইবোৰত চেনি, নিমখ, তেল, চাউল, দাইল, আটা, নানাপ্ৰকাৰৰ মছলাৰে...

হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ ভিটামিন-Dএ কিদৰে সহায় কৰে

মানুহৰ দীৰ্ঘায়ু কোনে এটা বিষয়ত নিৰ্ভৰ নকৰে আৰু এই কথা ঠিক যে কিছুমান উপাদান শৰীৰৰ সু্‌স্থ-নিৰোগী আৰু দীৰ্ঘায়ু জীৱন পাবলৈ অৱশ্যেই প্ৰয়োজন৷...

আনৰ মেকআপ কিট শ্বেয়াৰ কৰিলেহ’ব পাৰে ছালৰ এই সমস্যা

কোনো অনুষ্ঠানেই হওক বা উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদিত যেতিয়া মেকআপৰ কথা আহে, তেতিয়া মহিলাসকলৰ মাজত ইয়াক লৈ প্ৰতিযোগিতা আৰম্ভ হয়– মেকআপ কৰি কোনে...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...