ইজৰাইলত ফ্লৰ’না ৰোগৰ প্ৰথমজন ৰোগী ধৰা পৰিছে৷ ফ্লৰ’না হৈছে ক’ভিড-১৯ আৰু ইনফ্লুয়েঞ্জাৰ দ্বৈত সংক্ৰমণ৷ আৰব নিউজে এই কথা জনায়৷ ইফালে ইজৰাইলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ এজেঞ্চিবোৰে দেশখনত ক’ভিড-১৯ৰ চতুৰ্থ পালি ভেক্চিন দিবলৈ আৰম্ভ কৰিছে৷ ইজৰাইলত ক’ভিড-১৯ৰ সংক্ৰমণ একেৰাহে বৃদ্ধি পাই আছে৷ দেশখনত ৫০০০ নতুন সংক্ৰমণ হৈছে৷ 



![১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰা কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথৰ কেইখনমান বিশেষ মুহূৰ্তৰ স্থিৰ চিত্ৰ৷](https://newshealthplus.com/wp-content/uploads/2025/10/e573a558-7f76-40f3-bca4-bd0aaba329f5-218x150.jpg)