চকু নিৰোগী কৰি ৰাখিবলৈ কি কৰিব?

0
882
মানৱ দেহৰ পঞ্চইন্দ্ৰিয়ৰ ভিতৰত এটা অপৰিহাৰ্য অংগ হৈছে চকু৷ এই চকু দুটিৰ দ্বাৰাই আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ সক্ষম হৈছোঁ৷ সেয়েহে আমি আমাৰ চকুযুৰিৰ বিশেষ যতন লোৱা উচিত৷ কিন্তু দৈনন্দিন প্ৰযুক্তিগত বিষয়ত ব্যস্ত থকাৰ ফলত আমাৰ চকুৰ জিৰণিৰ কথা পাহৰি পেলাওঁ৷ যাৰ ফলত আমাৰ চকুযুৰিৰ বিভিন্ন সমস্যা হোৱা দেখা যায়৷ সেয়েহে চকুযুৰি ভালে ৰাখিবলৈ উপযুক্ত আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজন৷

(১) ইয়াৰ বাবে ভিটামিন-A, ভিটামিন-K, লিউটিন আদি প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰিব লাগে৷

Vitamin deficiencies and the dos and don'ts of vitamin consumption - Times of India


(২) সেউজীয়া শাক-পাচলি বিশেষকৈ গাজৰ খোৱাটো খুব জৰুৰী৷

Carrots: Top 9 Benefits, Healthy Recipes, and More: HealthifyMe Blog


(৩) বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল৷

San Diego Farmers Outlet on Twitter: "Dry fruits are a great source of proteins, vitamins, minerals, dietary fiber, and an ideal substitute for high-calorie snacks. Shop dry fruits from San Diego Farmers


(8) চকুৰ কাৰণে ঠাণ্ডা পানী বৰ উপকাৰী৷ চকুযুৰিক উজ্জ্বল আৰু ঠাণ্ডা কৰি ৰাখিবলৈ দিনটোত কেইবাবাৰো চকুযুৰিত ঠাণ্ডা পানী ছটিয়াব লাগে৷

Eye catcher Makeup: 10 TIPS TO CARE YOUR PRECIOUS EYES:-


(৫) বহু সময় ধৰি ম’বাইল, টিভি, কম্পিউটাৰ চাই থকাৰ মাজত কমেও পাঁচ মিনিট সময় চকুযুৰিক জিৰণি দিয়াটো প্ৰয়োজন৷

Computers, Digital Devices and Eye Strain - American Academy of Ophthalmology


(৬) কেতিয়াবা চকুত ধূলি-মাকতি পৰিলে কেতিয়াও মোহাৰিব নালাগে৷ তাৰ পৰিৱৰ্তে পৰিষ্কাৰ পানীৰে চকুটো ধুই দিব লাগে৷

Can Rubbing Your Eyes Affect Your Health? | Image Plus Laser Eye Centre


(৭) মাজে মাজে তিয়ঁহ সৰু সৰুকৈ চকলিয়াই চকুৰ পতাত দিলেও চকুযুৰি সতেজ হয়৷

Cucumber Chamomile Eye Treatment


(৮) পৰাপক্ষত চকুৰ ব্যায়াম কৰাটো খুব ভাল৷

How to Exercise Your Eye Muscles - GUNNAR


(৯) বাহিৰলৈ ওলাই গ’লে প্ৰখৰ ৰ’দৰ পৰা চকুযুৰিক সুৰক্ষা দিবলৈ ছানগ্লাছ পিন্ধিহে বাহিৰলৈ ওলাব লাগে৷

5 reasons why you should wear sunglasses in the winter


(১০) দিনটোৰ ব্যস্ততাৰ অন্তত ৰাতি আমি কমেও আঠ ঘণ্টা শোৱাটো উচিত৷

Saffron improves sleep quantity and quality, according to RCT


এনেধৰণে বিভিন্ন উপায়েৰে আমি চকুযুৰিৰ যতন লৈ বিভিন্ন ৰোগৰ পৰা চকুযুৰিক সুৰক্ষা প্ৰদান কৰিব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here