দেশে ভূটানলৈ ৰপ্তানি কৰিব ঘেঁহু আৰু চেনি

0
1008

ভূটানৰ চৰকাৰৰ পৰা পোৱা অনুৰোধক্ৰমে ভাৰতে দেশখনলৈ ঘেঁহু আৰু চেনিৰ ৰপ্তানি ব্যৱস্থা শিথিল কৰিছে৷ ভূটানস্থিত ভাৰতীয় দূতাৱাসে কয় যে ৰয়েল গৱৰ্নমেণ্ট অব্‌ ভূটানৰ পৰা পোৱা অনুৰোধমৰ্মে এটা বিশেষ ব্যৱস্থা হিচাপে ভাৰতে ভূটানলৈ ৫,০০০ মেট্ৰিক টন ঘেঁহু আৰু ১০ হাজাৰ মেট্ৰিক টন চেনি ৰপ্তানি কৰিব৷  উল্লেখযোগ্য যে ভাৰতৰ  ৰপ্তানি সীমিত কৰিছিল

LEAVE A REPLY

Please enter your comment!
Please enter your name here