স্বাস্থ্যসম্বন্ধীয় কেইটামান বিশেষ টিপ্‌ছ

0
900
স্বাস্থ্য সম্বন্ধে আমি সকলোৱে প্ৰায় বেছিভাগ কথাই নাজানো আৰু আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত বহুতেই নিজৰ শৰীৰটোক অৱহেলা কৰা দেখা যায়৷ সেয়েহে আজি আমি আপোনালোকলৈ লৈ আহিছোঁ অতি কম সময়ত হাতৰ মুঠিতে লাভ কৰিব পৰা স্বাস্থ্যসম্বন্ধীয় কেইটামান বিশেষ টিপ্‌ছ৷ 

[১] চাহপাতৰ লগত আমলখিৰ গুড়ি মিশ্ৰণ কৰি চুলিত লগালে চুলি মজবুত আৰু মসৃণ হয়৷

Herbal Green Tea In A Cup With Amla Fruits Over White Background Stock Photo, Picture And Royalty Free Image. Image 62486615.


[২] চিজত Linoleic Acid আৰু Sphingolipids নামৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কেঞ্চাৰ ৰোগৰ সম্ভাৱনা কম কৰে৷

The 9 Healthiest Types of Cheese


[৩] ব্ৰেড ময়দাৰে তৈয়াৰ কৰা হয়৷ সেয়েহে দৈনিক ইয়াক সেৱন কৰিলে ই পেটৰ কলন অংশত লাগি ধৰে৷ যাৰ বাবে পেটৰ আলচাৰ বা পাচন প্ৰক্ৰিয়াত ই বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

Basic Homemade Bread Recipe: How to Make It | Taste of Home


[8] দৈনিক নাৰিকলৰ পানী সেৱন কৰিলে থাইৰয়েড হৰমনৰ সন্তুলন অটুট থাকে৷ ফলত মেদবহুলতাৰ সমস্যা নিৰাময় হয়৷

Coconut Water: Health Benefits & Side Effects - eMediHealth


[৫] গৰম পানীৰ লগত ইলাচি সেৱন কৰিলে ভাল টোপনি অহাৰ লগতে নাকৰ পৰা শব্দ ওলোৱা সমস্যা দূৰ হয়৷

Lose Weight By Drinking Elaichi Water Everyday

LEAVE A REPLY

Please enter your comment!
Please enter your name here