মছলায়ো নিয়ন্ত্ৰণ কৰে Blood Sugar: কেনেকৈ?

0
381
মধুমেহ ৰোগত আক্ৰান্ত হ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী হৈ পৰে৷ মধুমেহ ৰোগীসকলে বিশেষ কিছু সাৱধানতা অৱলম্বন কৰি তথা এটা হেল্‌থি ডায়েট অনুসৰণ কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে৷ শেহতীয়াকৈ নিউট্ৰিশ্যনিষ্ট নমামী আগৰৱালে ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰিব পৰা কিছু বিশেষ মছলাৰ কথা জানিবলৈ দিছে৷

(১) নিউট্ৰিশ্যনিষ্টৰ মতে হালধিত থকা কাৰ্কুউমিন এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট, যিয়ে ডায়েবেটিছ ৰোগৰ জটিলতাসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে৷

Separating turmeric fact from fiction | Feature | Chemistry World


(২) মেথি গুটিয়ে ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰিব পাৰে৷ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে মেথি গুটি উত্তম, কিয়নো মেথি গুটিয়ে কাৰ্বহাইড্ৰেটৰ হজম আৰু শোষণ প্ৰক্ৰিয়াৰ গতি কমাই দিয়ে৷ ফলত ব্লাড ছুগাৰ লেভেল উন্নত হয়৷

Fenugreek Seeds Isolated On White Stock Photo - Download Image Now - iStock


(৩) ডালচেনিত থকা Methyl Hydroxychalcone হৈছে একপ্ৰকাৰৰ উপাদান, যিয়ে ইনছুলিনৰ দৰে কাম কৰে৷ গৱেষণা অনুসৰি ডালচেনিয়ে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব পাৰে৷

Cinamon Stock Photo by ©thelefty 14272703


(8) একেদৰে জিৰাও ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী৷ দৈনিক জিৰা সেৱন কৰিলে জাংকফুড, ফাষ্টফুড আদি খোৱাৰ ফলত বৃদ্ধি পোৱা কলেষ্টৰেল, ব্লাড ছুগাৰ লেভেল হ্ৰাস পোৱাত সহায়ক হয়৷

Naturewell JEERA SAFED - JIRA - CUMINUM CYMINUM - CUMIN SEEDS (100 gram Per pack) Seed Price in India - Buy Naturewell JEERA SAFED - JIRA - CUMINUM CYMINUM - CUMIN SEEDS (

LEAVE A REPLY

Please enter your comment!
Please enter your name here