ফুড পইজনিং হলে কি খাব ? What to take for food poisoning?

0
1173

ফুড পইজনিং হৈছে এনে এক সমস্যা যি বেক্টেৰিয়াযুক্ত খাদ্য খোৱাৰ ফলত হোৱা দেখা যায়। ফুড পইজনিং হ’লে সাধাৰণতে দেখা দিয়া লক্ষণ সমূহ হ’ল— পেটৰ বিষ, বমি, ডায়েৰিয়া, জ্বৰ আদি। সৰু ল’ৰা- ছোৱালী, গৰ্ভৱতী মহিলা, বয়োজ্যেষ্ঠ লোক আদিৰ ক্ষেত্ৰত ফুড পইজনিং বেছিকৈ হোৱা দেখা যায়। গতিকে এনে সমস্যাত কি কৰিব জানো আহক :

All you need to know about Food Poisoning - Mankind Pharma


১) ফুড পইজনিং হ’লে কেইঘণ্টামান একো নাখাই পেটটোক জিৰণি দিব লাগে।

How to Do an Abdominal Massage for Constipation & Better Digestion


২) যেতিয়া আপুনি অলপ কিবা খাব পৰা হ’ব, তেতিয়া প্ৰথমেই আপুনি পানী খোৱা উচিত। যিহেতু ফুড পইজনিং হ’লে আপোনাৰ দেহত পানীৰ পৰিমাণ কমি যায়, সেয়েহে শৰীৰত পুনৰ পানীৰ সমতা স্থাপন কৰিবলৈ আপুনি পানী নাইবা ইলেক্ট্ৰলাইটছযুক্ত পানীয় যেনে নাৰিকলৰ পানী, চেনি-নিমখ মিশ্ৰিত পানী, তৰমুজৰ জুছ, ORSL আদি খোৱা উচিত।

Ors Or Oral Rehydration Salt With Glass Of Water Sachet And Spoon Stock Photo - Download Image Now - iStock


৩) ফুড পইজনিং হ’লে খালী পেটত নেমু পানী খালে সুফল পোৱা যায়। কিয়নো নেমুৰ পানীত এণ্টিইনফ্লেমেটৰি আৰু এণ্টিবেক্তেৰিয়েল গুণ থকা হেতু ই বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে।

How to Make Lemon Water That's Good for Your Teeth


৪) দৈ, তুলসী, জালুকৰ গুৰি আৰু ক’লা নিমখ মিশ্ৰণ কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়।

14 Ways To Use Curd For Skin And Hair Along With 14 Homemade Curd Face Packs

LEAVE A REPLY

Please enter your comment!
Please enter your name here