থাইৰ’ইড ৰোগীৰ খাদ্যাভ্যাস

0
2000

যদিও থাইৰ’ইড ৰোগ বুলি ক’লে হাইপ’ আৰু হাইপাৰ থাইৰ’ইডিজম দুয়োটাকে সাঙুৰি লয়, তথাপি কমনলি হাইপ’থাইৰইডিজম ৰোগীহে প্ৰেক্টিচত খুব বেছিকৈ পোৱা যায়।

                      উপযোগী খাদ্যঃ

থায়ৰইড গ্ৰন্থি ৰোগত আক্ৰান্ত ব্যক্তিয়ে এই ধৰণৰ আহাৰ বেছিকৈ খাব। নাৰিকল তেল ,কাজু বাদাম, ৰঙালাও গুটি, বিনজাতীয় পাচলি, পিয়াঁজ, নহৰু, নেমু আৰু কমলাজাতীয় ফল, বিলাহী, গাজৰ, তিয়হ, জালুক, মাছ, গাখীৰ, মুগাবৰণীয়া চাউলৰ ভাত, গাখীৰ।

                       অনুপযোগী খাদ্যঃ

পৰাপক্ষত এই ধৰণৰ খাদ্য নাখাব আৰু খালেও মাজেসময়েহে খাব বা কমকৈ খাব। বন্ধাকবি, ব্ৰকলী, আলু, মিঠাআলু , মূলা, চয়াবিন, চাহ আৰু কফি, শুকান ফল, মিঠাই, চালগোম, চ’ডা, কল্ডড্ৰিংক্স, চকলেট, বগা বৰণৰ পাওৰুটী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here