গৰ্ভাৱস্থাত এইকেইবিধ ফল নাখাব || Avoid these fruits during pregnancy

0
560
এগৰাকী মহিলা যেতিয়া সন্তানসম্ভৱা হয়, তেওঁৰ কাৰণে সুখৰ অনুভূতি হয় কেৱল তেওঁৰ আহিবলগীয়া সন্তানটি৷ সেই অনুপাতে সন্তানটি ভূমিষ্ঠ নোহোৱালৈ তাৰ সম্পূৰ্ণ যতন লোৱাৰ দায়িত্ব মাকগৰাকীৰ লগতে পৰিয়ালৰ সকলোৰে৷ সেয়েহে সন্তানটিৰ শাৰীৰিক সুস্থতাৰ বাবে গৰ্ভাৱস্থাত বিভিন্ন ধৰণৰ সতৰ্কতা অৱলম্বন কৰা উচিত৷ এনেতো কম-বেছি পৰিমাণে সকলোৱে জানেই যে গৰ্ভৱতী অৱস্থাত কেনেধৰণৰ খাদ্য খাব  লাগে, কি কি কাম কৰিব নালাগে ইত্যাদি৷ কিন্তু আজি আমি জনাবলৈ ওলাইছোঁ গৰ্ভাৱস্থাত কি কি ফল খোৱা উচিত নহয়৷

(১) প্ৰথমেই হৈছে আনাৰস৷ আনাৰসত ব্ৰমেলিন নামৰ এনজাইম থাকে, যিয়ে গৰ্ভাশয় গ্ৰীবা নৰম কৰে৷ যাৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে৷ লগতে অধিক আনাৰস খালে ডায়েৰিয়া আৰু ডিহাইড্ৰেশ্যন হ’ব পাৰে, যি গৰ্ভৱতী অৱস্থাত একেবাৰে ভাল নহয়৷

pregnancy diet: Fruits that should be avoided during pregnancy - Times of India


(২) প্ৰথম তিনি মাহপৰ্যন্ত আঙুৰ নোখোৱা ভাল৷ আঙুৰে শৰীৰত গৰম উৎপন্ন কৰে, যি শিশু আৰু মাতৃৰ বাবে উচিত নহয়৷ লগতে গৰ্ভৱতী অৱস্থাত মাতৃৰ পাচনতন্ত্ৰ দুৰ্বল হৈ থাকে৷ যাৰ ফলত ক’লা আঙুৰ হজম হ’বলৈ কঠিন হয়৷

20 Facts You Probably Don't Know About Grapes | LoveToKnow


(৩) একেদৰে কেঁচা অমিতা গৰ্ভৱতী মাতৃৰ বাবে মাৰাত্মক৷ ই গৰ্ভাশয় সংকুচিত কৰি গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি কৰে৷

Amazing health benefits of eating raw papaya - OrissaPOST

LEAVE A REPLY

Please enter your comment!
Please enter your name here