এম্বুলেন্সৰ ড্ৰাইভাৰে কৰিলে ক’ৰোনা ৰোগীক ধৰ্ষন !

0
1327

৭ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ হিন্দুস্থান টাইমছ্ত অলপ আগতে প্ৰকাশ পোৱা খবৰ অনুসৰি আজি কেৰেলাৰ পাথনমুত্থিতা জিলাত এই কাণ্ড সংঘটিত হয়। আলাপুজা জিলাৰ বাসিন্দা এম্বুলেন্সৰ চালকজনে ক’ভিড-১৯ ৰোগী ছোৱালীজনীক কঢ়িওৱা এম্বুলেন্স গাড়ীখন মৰুময় ঠাই এখনলৈ লৈ যায় আৰু তাতেই সংঘটিত কৰে এই মৰ্মন্তুদ ঘটনা। আৰক্ষীয়ে ইতিমধ্যে দোষীক কৰায়ত্ত কৰি সোধ-পোচ আৰম্ভ কৰিছে। প্ৰাথমিক তথ্য অনুসৰি জানিব পৰা মতে অভিযুক্ত চালকজন ইতিপূৰ্বেই হত্যাকাণ্ডৰ প্ৰচেষ্টাকে ধৰি বিভিন্ন অপৰাধমূলক গোচৰৰ লগত জৰিত হৈ আছে।

ক’ভিড ৰোগীৰ লগত এম্বুলেন্সৰ চালকে সংঘটিত কৰা এনে পাশৱিক কাণ্ডত সচেতন মহল আচৰিত হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here