আজিৰ পৰা মহানগৰীত ভ্ৰাম্যমাণ কভিড টিকাকৰণ শিবিৰ

0
295
৩০ আগষ্ট অৰ্থাৎ সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হ’ব ভ্ৰাম্যমাণ কভিড টিকাকৰণৰ দুদিনীয়া কাৰ্যসূচী৷ জিলাখনৰ ৫টা খণ্ডত আৰম্ভ কৰা হ’ব এই কাৰ্যসূচী৷ ইয়াৰ বাবে খণ্ড অনুযায়ী কেইবাটাও দল গঠন কৰা হৈছে৷ এই দলসমূহৰ সৈতে যোগাযোগ কৰিলে টিকা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ সেই অনুসৰি সোণাপুৰ মণ্ডলৰ বাবে– ৬০০৩৬৩৩১৩৯, ৮৮৫১৯৭৭২২৪ ৰাজধানী মণ্ডলৰ বাবে– ৮৪৮৬৫৬২৭১২, ৮১৩৩৮৭৮৪৩৫, ৯৯৫৭৯১৯২৩৪, ৭০০২৫৪২৭০২, পূব মণ্ডলৰ বাবে– ৯৭০৭১০১৬৯৯, ৬০০০৭৮৭১৪১, ৮৮১২০৬৬৭৩৭, ৮৪০৩৮৪৮৫৮৯, পশ্চিম মণ্ডলৰ বাবে–  ৭৫৭৫৯১৫৫৭২, ৭৫৭৭৯৩৭১৫২, ৮৬৩৮৪১৮২৪৯, ৭০০২৩৯৯২০৬ আৰু ধীৰেনপাৰা মণ্ডলৰ বাবে– ৯৫০৮৩৪৫৩০২, ৮০১১০৮০৬৪১, ৯৯৫৭২৯৬৪১৬, ৬০২৬৭৪০৩৩৩ ম’বাইল নম্বৰত যোগাযোগ কৰি টিকা ল’বলৈ ইচ্ছুকসকলে নিজ নিজ সংশ্লিষ্ট এলেকা অনুযায়ী উল্লিখিত যিকোনো নম্বৰত যোগাযোগ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here