অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আক্ৰান্ত কোৰোনাত ?

0
2150

২৬ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ক’ৰোনা আক্ৰান্ত বুলি জানিব পৰা গৈছে। কালি কৰা পৰীক্ষাত তেওঁ‌ ক’ৰোনা প’জিটিভ বুলি ধৰা পৰে। ক্ষন্তেক আগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই কথা সদৰী কৰিছে। গৃহ-নিলগীকৰনত থকা গগৈৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here