তিনিচুকীয়া জিলাৰ ছৈখোৱা অঞ্চলৰ কপাহতলি গাঁৱৰ পৰা এটা বিৰল ভাইপাৰ প্ৰজাতিৰ সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গাঁওবাসীয়ে কেইদিনমানৰ পৰা এটা হালধীয়া ৰঙৰ দেখাত সুন্দৰ সাপ প্ৰত্যক্ষ কৰি আহিছিল ৷ গাঁওখনৰ সুৰজিৎ দাসৰ পৰা এই খবৰ লাভ কৰি ডুমডুমা মহাবিদ্যালয়ৰ পৰিবেশ বিজ্ঞানৰ সহযোগী অধ্যাপক ধীমানজ্যোতি ৰয়ে প্ৰকৃতিবিদ মানসপ্ৰতিম শৰ্মাৰ সহযোগত গাঁওখনলৈ গৈ গাঁওবাসীৰ সহযোগত সাপটো বিচাৰি উলিয়ায় ৷ পাছত সাপটো অতি কষ্টেৰে ধৰি আনি হাঁহখাটী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে। জানিব পৰা মতে উদ্ধাৰ কৰা সাপটো অতি বিষাক্ত আৰু বিৰল প্ৰজাতিৰ ভাইপাৰ গোষ্ঠীৰ আৰু এই সাপটো ২০১৯ চনত অৰুণাচল প্ৰদেশৰ ভালুকপুঙত প্ৰথম আৱিষ্কৃত হৈছিল। চাৰিফুট দৈৰ্ঘ্যৰ এই সাপটোৰ নাম চালাজাৰ পীট ভাইপাৰ ।
বিৰল প্ৰজাতিৰ ভাইপাৰ সাপ উদ্ধাৰ : ক’ত ?
By Health Plus
287
Previous articleৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন কাৰ্যকৰীকৰণত কোনে পালে শীৰ্ষস্থান
Next articleমহানগৰীত মাত্ৰ ৩০ শতাংশইহে ঘৰুৱা নলৰ পানী পায়
RELATED ARTICLES
৮০০ কোটি বছৰৰ আগৰ ৰেডিঅ’ সংকেত আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ!
Health Plus - 0
মহাকাশত পুনৰ চমক সৃষ্টি কৰিলে ভাৰতীয় বিজ্ঞানীয়ে৷ মঙল গ্ৰহৰ তৰংগৰ স্ৰোত আৱিষ্কাৰৰ সময়ত ৮০০ কোটি বছৰ আগৰ ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সমৰ্থ...
প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?
Health Plus - 0
পক্ষীকুল ৰক্ষা কৰাৰ সময়তে শিৱসাগৰত এজাক পক্ষীকুলৰ নিধনত ব্যথিত হৈছে প্ৰকৃতিপ্ৰেমী৷ প্ৰকৃতিৰ চাফাই কৰ্মীৰূপে খ্যাত আকাশ শুৱনি কৰা এজাক শগুন শিৱসাগৰ নগৰৰ...
বুকিং আৰম্ভ বিশ্বৰ প্ৰথমখনউৰন্ত মটৰচাইকেলৰ
Health Plus - 0
বাইক বা মটৰচাইকেল সকলোৱে দেখিছে বা কেনেদৰে চলে সেয়াও সকলোৰে জ্ঞাত৷ পথ ৰাস্তাত চলা মটৰচাইকেল সকলোৱে দেখিব, কিন্তু উৰিব পৰা মটৰ চাইকেল...
Most Popular

অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ
অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...