বহুদিনলৈ গৰ্ভনিৰোধক টেবলেট খালে কি অনিষ্ট হয় || Danger of prolonged use of contraceptive pills

0
527

এটা সন্তান ভূমিষ্ঠ হোৱাৰ পাছত দ্বিতীয় সন্তানৰ পৰিকল্পনাৰ বাবে মাজত ব্যৱধান থকাটো অত্যন্ত জৰুৰী৷ সেয়েহে বহুতো মহিলাই এই সময়ছোৱাত বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক টেবলেট খোৱা দেখা যায়৷ কিন্তু এনেধৰণৰ টেবলেটসমূহ দীৰ্ঘসময়ৰ বাবে ব্যৱহাৰ কৰা উচিতনে? অত্যধিক এই টেবলেট সেৱন কৰিলে কি বিপদ হ’ব পাৰে, আপুনি জানেনে?


(১) গৰ্ভনিৰোধক টেবলেট খোৱাৰ ফলত বুকু জ্বলা-পোৰা কৰা, বমি আদি সমস্যাই দেখা দিয়ে৷ ই একেবাৰে স্বাভাৱিক৷ কিন্তু টেবলেট ব্যৱহাৰ কৰাৰ তিনি মাহৰ পাছতো যদি এই সমস্যাই দেখা দিয়ে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

Nausea definition and meaning | Collins English Dictionary

(২) দীৰ্ঘদিন গৰ্ভনিৰোধক টেবলেট ব্যৱহাৰ কৰাৰ ফলত মাহেকীয়া বন্ধ হৈ যোৱাৰ দৰে সমস্যাও নোহোৱা নহয়৷

Does missing a period mean you're pregnant? This is what a gynaecologist has to say

(৩) গৰ্ভনিৰোধক টেবলেট অত্যধিক খোৱাৰ ফলত কেতিয়াবা কিছুসংখ্যক মহিলাৰ যৌনশক্তিৰ লগতে যৌনস্পৃহা কমি যায়৷

What's Behind a Loss of Libido | Psychology Today


(৪) ক্লিনিকেল ষ্টাডিৰ পৰা গম পোৱা গৈছে যে যদি ৬-১২ মাহলৈ প্ৰজেষ্টিনযুক্ত গৰ্ভনিৰোধক টেবলেট সেৱন কৰা হয়, তেন্তে ওজন বৃদ্ধিৰ আশংকা থাকে৷

Women's weight gain from childhood to adulthood could influence ageing process | Imperial News | Imperial College London


(৫) কিছু অধ্যয়নৰ পৰা গম পোৱা গৈছে যে এই ঔষধৰ প্ৰভাৱ আমাৰ মন-মগজুতো পৰে৷ যাৰ ফলত মানসিক অৱসাদ, দুশ্চিন্তা আদিয়ে দেখা দিয়ে৷ ইয়াৰ উপৰি মূৰৰ বিষ, মাইগ্ৰেইন আদি হোৱাও দেখা যায়৷

Bad Mood Swings for No Reason? Causes of Severe Mood Swings

LEAVE A REPLY

Please enter your comment!
Please enter your name here