তেজ পৰিষ্কাৰ কৰিবলৈ খাওক এইবোৰ

0
1657
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দেহত সঠিকভাৱে ৰক্ত সঞ্চালন হোৱাটো অতি প্ৰয়োজনীয়৷ সমান্তৰালকৈ শৰীৰ ৰোগমুক্ত কৰি ৰাখিবলৈ তেজ পৰিষ্কাৰ হোৱাটোও জৰুৰী৷ তেজ পৰিষ্কাৰ নহ’লে আমাৰ বিভিন্ন ধৰণৰ ছালৰ সমস্যা, চুলিৰ সমস্যা হোৱাৰ লগতে মাইগ্ৰেইন, শৰীৰৰ শক্তি কমি যোৱা আদি সমস্যাৰো সৃষ্টি হয়৷ সেয়েহে জানো আহক তেজ পৰিষ্কাৰ হ’বলৈ কি খাব৷

(১) কেঁচা হালধিয়ে তেজ শোধন কৰাত সহায় কৰে৷ ইয়াৰ বাবে ৰাতিপুৱা খালী পেটত কেঁচা হালধিৰ ৰস খোৱা উচিত৷

Tribest Team Turmeric Juices Turmeric once juice can be added to ju...


(২) ৰাতিপুৱা খালী পেটত তুলসীৰ পাত সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়৷

Types of Tulsi and the best way to use them for immunity and weight loss - Times of India


(৩) গুৰ আৰু আদাৰে তৈয়াৰী চাহে শৰীৰৰ টক্সিন বাহিৰ কৰি তেজ পৰিষ্কাৰ কৰাত সহায় কৰে৷

Ginger jaggery tea Recipe by Passi Vikshali - Cookpad


(8) ক’লা কচুৰ ঠাৰিও তেজ পৰিষ্কাৰ কৰাত যথেষ্ট উপকাৰী৷

Tender Colocasia or Kola kosu (local variety of Assam) stems with leaves and cherry tomatoes mashed dish – Taru Phukan


(৫) নেমুৰ ৰসেও শৰীৰৰ বিষাক্ত পদাৰ্থ নিষ্কাশন কৰি তেজ পৰিষ্কাৰ কৰাত আগভাগ লয়৷ ইয়াৰ বাবে এগিলাচ কুহুমীয়া গৰম পানীত নেমুৰ ৰস চেপি নিয়মিত খাব লাগে৷

How to Make Lemon Water {Tips and Healthy Benefits} - iFOODreal.com


(৬) ইয়াৰ উপৰিও মৌ, অশ্বগন্ধা, ব্ৰকলি, নিম, ধনিয়া, সেউজীয়া শাক-পাচলি, বিট, Blueberry আদিও তেজ পৰিষ্কাৰ কৰাৰ বাবে উত্তম৷
সেয়েহে এনেধৰণৰ খাদ্য খাই তেজ পৰিষ্কাৰ কৰি শৰীৰ সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here