ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ সাংসদ নৱ শৰণীয়াৰ অত্যাধুনিক এম্বুলেঞ্চ।

0
1533

নিউজ হেলথ্ প্লাচ স্বাস্থ্যবাৰ্তাঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰনীয়াই ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১৫ আগষ্ট তাৰিখে নলবাৰীস্থিত ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ টাটা ম’টৰ্চ কোম্পনীৰ ১৭ লাখ টকা মূল্যৰ এখন অত্যাধুনিক এম্বুলেন্স প্ৰদান কৰে। নলবাৰী জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সাধাৰণ জনগণই স্বাস্থ্যসেৱাৰ প্ৰতি শৰনীয়াৰ এই অৱদানক একেমুখে ধন্যবাদ জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here