কৰ’নাৰ নতুন ভেৰিয়েণ্ট ওলায়েই থাকিব : শ্বি ঝেংগলি

0
1875
কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট ওলায়েই থাকিব-চীনৰ ‘বেট ৱমেন’ৰূপে খ্যাত তথা উহান লেবৰেটৰীৰ মুৰব্বী শ্বি ঝেংগলিয়ে এইদৰে কয়৷ চীনা ভাইৰ’লজিষ্টগৰাকীয়ে কয় যে কিন্তু আমি আতংকিত হোৱা উচিত নহয়, আমি দীৰ্ঘসময়ৰ বাবে ভাইৰাছটোৰ সৈতে সহ-অৱস্থান কৰিবলৈ প্ৰস্তুত হোৱাৰ প্ৰয়োজন৷ ২০১৯ চনৰ ডিচেম্বৰত চীনত প্ৰথম ভুমুকি মৰা কৰ’না ভাইৰাছ এতিয়া ‘অতি বৃহৎ হৈ পৰিল’, যিয়ে¸ উৎপৰিৱৰ্তন ঘটিবলৈ অনুমতি দিলে৷ তেওঁ আৰু কয় যে কভিড-১৯ৰ ভেক্‌চিন অত্যাৱশ্যকীয়, কাৰণ ভেক্‌চিনে ৰোগটোক প্ৰতিৰোধ কৰিব পাৰে, ই সংকটজনক ৰোগীৰ সংখ্যা হ্ৰাস কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here