অহা বছৰত নাটনি হ’ব ছিৰিঞ্জৰ : কাৰ এই সমীক্ষা? Syringe scarcity next year. Whose survey says so?

0
379
বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে সমগ্ৰ বিশ্বতে অহা বছৰত ইনজেক্‌শ্যনৰ ছিৰিঞ্জৰ নাটনিয়ে দেখা দিব৷ এই পৰিমাণ প্ৰায় ২০০ কোটি বুলি ধাৰণা কৰিছে সংস্থাটোৱে৷ ইয়াৰ কাৰণ হিচাপে সমগ্ৰ বিশ্বতে ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধ কৰিবলৈ প্ৰদান কৰা টিকাকৰণ অভিযান ছিৰিঞ্জ ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছে৷ সচৰাচৰ আগতে যিধৰণে টিকাকৰণ কৰা হৈছিল এইবাৰ কৰ’না কালত তাৰ দুগুণ টিকাকৰণ কৰা হৈছে৷ ইয়াৰ বাবে অতিৰিক্তভাৱে কেইবা কোটি ছিৰিঞ্জ ব্যৱহৃত হোৱাৰ ফলত অহা বছৰলৈ বিশ্বতে ছিৰিঞ্জৰ নাটনি হোৱাৰ আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here