DCGI-ৰ কভিশ্বিল্ড-কভেক্সিন মিশ্ৰণৰ অধ্যয়নত অনুমোদন

0
1380
কভিড ভেকচিন কভিশ্বিল্ড আৰু কভেক্সিন মিশ্ৰণৰ অধ্যয়নত অনুমোদন জনাইছে Drugs Controller General of India
চমুকৈ DCGI-এ৷ DCGI-এ তামিলনাডুৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজত কভিশ্বিল্ড আৰু কভেক্সিনৰ মিশ্ৰণৰ ফলত মানৱ দেহত কিমান ফলকাৰক হ’ব– এই সন্দৰ্ভত চলাবলগীয়া এক অধ্যয়নত অনুমোদন জনায়৷ এই অনুমোদন সন্দৰ্ভত নিটি আয়োগৰ অধ্যক্ষ ভি কে পলে অৱগত কৰে৷ উল্লেখ্য যে কভিশ্বিল্ড আৰু কভেক্সিনৰ এটাকৈ ড’জ দি ৩০০ স্বেচ্ছাসেৱকৰ দেহত এই অধ্যয়ন চলোৱা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here