Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

তীব্ৰ গৰমত ডাবৰ পানী নে ORSকোনবিধ বেছি উপকাৰী

গ্ৰীষ্মৰ উত্তাপে দহিছে ৰাজ্যবাসীক৷ এপ্ৰিল মাহতে সূৰ্যৰ দহনে সহ্যৰ সীমা চেৰাই গৈছে৷ এই উত্তাপত খাদ্যৰ লগতে শৰীৰৰ প্ৰতি খেয়াল ৰখাটো জৰুৰী৷ নহ’লে...

গৰমৰ দিনত তিয়ঁহ খাওকজানক ইয়াৰ চমৎকাৰ গুণাগুণ

গৰমৰ দিনত অত্যধিক পানীৰ পিয়াহ লাগি গল শুকাই গৈছে যদি এটা তিয়ঁহ কাটি খাই দিবচোন৷ লগে লগে পিয়াহ নাইকিয়া হৈ যাব লগতে...

দৈ খোৱাৰ সময়তএইবোৰ ভুল নকৰিব

দৈ খোৱা শৰীৰৰ স্বাস্থ্যৰ বাবে খুব ভাল৷ নিয়মিতভাৱে দৈ সেৱন কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ ইয়াৰ লগতে শাৰীৰিক অন্য সমস্যাও সমাধান হয়৷...

সতৰ্ক হওক : ফ্ৰীজত ভুলতো এইকেইবিধ নাৰাখিব

শাক-পাচলি সতেজ তথা বহুদিনলৈ নষ্ট নোহোৱাকৈ ৰাখিবলৈ ফ্ৰীজত ৰখা হyয়৷ কিন্তু আমি সকলো পাচলিয়েই ফ্ৰীজত ৰখা উচিতনে? উত্তৰত ক’ব পাৰি মুঠেও নহয়৷...

কিডনী আজীৱন সুস্থ ৰাখিবলৈএইবোৰ বাদ দিয়ক

কিডনী দেহৰ এক গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰৰ এই অংগটোৰ প্ৰধান কাম হ’ল ফিল্টাৰ কৰা, যাতে শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ থাকে৷ কিডনী...

পটল গছৰ পাতলিভাৰ সুস্থ ৰখাৰ চাবিকাঠী

বাৰিষা কালত পাচলি পটল সকলোৰে প্ৰিয় এবিধ খাদ্য৷ মৰমৰীয়াকৈ ডোখৰ ডোখৰ কৰি কাটি পটল ভাজিখনৰ সোৱাদেই সুকীয়া হোৱাৰ লগতে দেখিবলৈও শুৱনি হয়৷...

জানেনে? এই পাঁচবিধ মছলাইহৃদৰোগৰ সম্ভাৱনা কমাই ৰাখে

আজিকালি হাৰ্ট সমস্যাত ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে৷ দৈনিক এই সংখ্যা ৰেখাডাল ক্ৰমাৎ ঊধবৰ্গতিত ফালেহে গতি কৰিছে৷ মুঠতে এতিয়া বিশ্বতে...

কম সময় টোপনি মৰাতকৈ বেছিসময় টোপনি মৰাটো আৰু বিপজ্জনক!

মানৱ জীৱনৰ খোৱা-শোৱাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট সময় থাকে৷ শৰীৰ সুস্থ তথা নিৰোগী হৈ থাকিবলৈ আমি দৈনিক কিমান পৰিমাণৰ খাদ্য খাব লাগে তাক...

বাৰ্ধক্য ৰোধ তথা ওজন হ্ৰাসৰ বাবেনিয়মিতভাৱে এইবিধ ফল খাওক

বাৰ্ধক্যজনিত সমস্যা আৰু শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ জীৱনশৈলী তথা খাদ্যাভ্যাসত বিসংগতিয়ে ইয়াৰ প্ৰধান কাৰণ বুলি কোৱা হয় যদিও আনুষংগিক...

Most Read

দ্ৰুতগতিত বৃদ্ধি মগজু, কিডনী বাবে বিপজ্জনক এইবিধ ভেঁকুৰ

এছপাৰগিলাছ ফুমিগেটাছ নামৰ ভেঁকুৰবিধৰ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ক্ৰমশঃ অসুস্থ হৈছে মানুহ৷ বতাহত সহজে ভাহি আহি আক্ৰমণ কৰিছে মানুহক৷...

আম অকল সুস্বাদুইনে? জানক ইয়াৰ উপকাৰিতা

আম এবিধ অতি সুস্বাদু ফল৷ গ্ৰীষ্মকালত পোৱা ফলসমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু এবিধ পুষ্টিকৰ ফল৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু...

সন্তানৰ বুদ্ধিৰ ধাৰ বৃদ্ধিত এই আসন শিকাওক

সন্তানৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধি তথা বৃদ্ধিৰ কাৰণে সৰুৰে পৰা যত্ন লোৱা উচিত৷ সৰুতে শিশুৱে সকলোখিনি আয়ত্ত কৰি লয়৷ এই ক্ষেত্ৰত সঠিক পথ...

একেবাৰে নিৰ্মূল হ’ব পাৰ্কিনশ্যন! স্নায়ুৰ ৰোগৰ নতুন আশাৰ পোহৰ

বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তাৰ ভিতৰত পাৰ্কিনশ্যন অন্যতম৷ বিশ্বব্যাপী লাখ লাখ মানুহ পাৰ্কিনশ্যনত আক্ৰান্ত হয়৷ মূলতঃ...