Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

দিনটোৰ এই তিনি সময়ত পানী নাখাব

শৰীৰ সুস্থ কৰি ৰখাৰ বাবে পানী খোৱাটা খুবেই প্ৰয়োজন৷ এগৰাকী সুস্থ ব্যক্তিয়ে দিনটোত কমেও তিনি-চাৰি লিটাৰ পানী খোৱা উচিত৷ পানীয়ে যিকোনো ৰোগৰ...

গল খজুৱালেও কচুৰ ঠাৰি নোখোৱাকৈ নাথাকিব (Don’t stop eating yam stalk even if there is itching in your throat)

ভাতৰ পাতত কচুৰ ব্যঞ্জন থাকিলে আনকি কচু ৰন্ধা দেখিলেই, নাখালেও বহুতৰে গল খজুৱাবলৈ আৰম্ভ কৰে৷ কিন্তু বহুতেই আকৌ দৈনিক খাদ্য তালিকাত কচুৰ...

ৰুটী নে ব্ৰাউন ব্ৰেড : কোনবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী ? Which is good for health : bread or brown bread?

আধুনিক ডায়েটত গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছে ব্ৰাউন ব্ৰেডে৷ যিসকলে ডায়েটিং কৰে, তেওঁলোকৰ বহুতেই লাঞ্চ বা ডীনাৰত ব্ৰাউন ব্ৰেড ব্যৱহাৰ কৰে৷ কম কেলৰিযুক্ত...

বৰফীয় আচ্ছাদনলৈ কিহৰ এই বিপৰ্যয় ?What threat does the ice layer face?

উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদন গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ক্ৰমাৎ সংকুচিত হৈ আহিছে ৷ এই বিষয়টোক লৈ বিশেষজ্ঞসকলে সতৰ্কবাণী শুনাই আহিছে৷ এইবাৰ উত্তৰ...

কণীৰ লগত এইসমূহ নাখাব ৷ You should not combine Egg with these foods

কণী, গাখীৰ এইধৰণৰ খাদ্যসমূহক সম্পূৰ্ণ আহাৰ হিচাপে বিবেচনা কৰা হয়৷ কিয়নো কেতিয়াবা আপোনাৰ ভোজন বাদ পৰিলে এটা কণী খালেও ই আপোনাক প্ৰয়োজনীয়...

এইবোৰ সমস্যাত তেঁতেলী পানী খাওক ৷ Take tamarind water for these maladies

প্ৰায় বহুতেই তেঁতেলীৰ টেঙা মিঠা সোৱাদটো খুব ভাল পায়৷ তেঁতেলীৰ নাম শুনিলেই মানুহৰ জিভাৰ পানী পৰাটো স্বাভাৱিক৷ বহুতেই তেঁতেলীক কেঁচাই খোৱাৰ উপৰি...

ভৰিৰ নখৰ ৰঙৰ অস্বাভাৱিক সলনি হৈছে নেকি ? Noticing unusual change in the colour of your toe nails?

কলেষ্টৰেল আচলতে কি? কলেষ্টৰেল হ’ল একধৰণৰ ফেটি পদাৰ্থ, যি...

খৰধৰকৈ ওজন কমাব বিচাৰিলে হ’ব পাৰে বিপদ (Adopting a shortcut to shed weight could prove harmful)

ওজন নিয়ন্ত্ৰণ কৰাটো শৰীৰৰ বাবে লাভদায়ক৷ কিন্তু খৰধৰকৈ অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ গৈ বিভিন্ন ধৰণৰ খাদ্যৰ সালসলনি, অত্যধিক শৰীৰচৰ্চা আদি শৰীৰৰ...

গোটেই দিনটো ভাগৰ লাগি থকাৰ এইবোৰ হ’ব পাৰে কাৰণ (Feel tired throughout the day? These could be the reasons)

আপোনাৰ বাৰু অনৱৰতে ভাগৰ লাগি থাকে নেকি? এনেকুৱা বহুতো মানুহ আছে, যাৰ গোটেই দিনটো ভাগৰ লগা, টোপনি...

কিডনী ৰোগীয়ে কল খোৱা উচিতনে? Is banana safe for kidney patients?

কিডনীজনিত সমস্যা থকা লোকসকলে কেনেধৰণৰ খাদ্য খোৱা উচিত আৰু কেনেধৰণৰ খাদ্য পৰিহাৰ কৰা উচিত, এই কথা হয়তো বহুতেই নাজানে৷ কিডনীৰ সমস্যা থকা...

গজালি ওলোৱা আলু খোৱাটো উচিতনে? Is it proper to eat sprouted potato?

ঘৰত বহুদিন আলু জমা হৈ থাকিলে তাৰ গাৰ পৰা গজালি ওলোৱা দেখা যায়৷ পাছত আলুটোৰ গোটেই গাটোতে গজালি ওলায়৷ আলু সকলোতে ব্যৱহাৰ্য...

পৰঠাৰ লগত দৈ একেলগে খায় নেকি?জানক ইয়াৰ আঁৰৰ কথা (Should You be pairing Curd with Paratha?)

সকলো মানুহেই দৈ খাই ভাল পায়৷ বিশেষকৈ গৰমৰ দিনত দৈৰ লগত অলপ চেনি মিশ্ৰণ কৰি নাইবা তাত যিকোনো ফল টুকুৰা টুকুৰকৈ কাটি...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...