Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

ব্লাড ছুগাৰ নিয়ন্ত্ৰণতমহৌষধ এইবিধ বীজ

আজিকালি মানুহৰ মাজত ডায়েবেটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে৷ আলসুৱা জীৱন যাপন, অসন্তুলিত খাদ্যাভ্যাস, শৰীৰক কষ্ট নিদিয়া, এলাহ ভাব, ভেজাল খাদ্য, ৰুটিন-বিৰুদ্ধ...

মাছৰ তেলে হাৰ্ট সুস্থ ৰাখে কি কয় পুষ্টিবিদে ?

মাছৰ লগতে মাছৰ তেলো খাবলৈ বহুতেই পচন্দ কৰে৷ মাছৰ লগতে ইয়াৰ তেলো খাদ্যগুণেৰে ভৰপূৰ৷ মাছৰ তেল নিয়মিতভাৱে খালে হাৰ্টৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰীনে,...

জানেনে : অমিতাৰ গুটিৰো আছে অসাধাৰণ গুণ

সাধাৰণতে অমিতা তৰকাৰী হিচাপে বা পকা অমিতা সকলোৱে খোৱা খায়৷ আমি অমিতা কটোতে ইয়াৰ সাহখিনি ৰাখি গুটিবোৰ...

ডায়েবেটিছ ৰোগীয়ে ডায়েটত ৰাখক এইকেইবিধ খাদ্য

পৰিৱৰ্তিত জীৱন ধাৰা আৰু ভুল খাদ্যাভ্যাসৰ কাৰণে সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দ্ৰুতভাৱে বাঢ়িবলৈ লৈছে৷ তেজত গ্লুকজৰ মাত্ৰা খুব বেছি বাঢ়ি গ’লে...

ভুলভাৱে চাহ খালেবাঢ়িব পাৰে শৰীৰৰ ওজন

পুৱা উঠি উঠিয়েই মুখ-হাত ধুই ধোঁৱা বলি থকা একাপ চাহ খোৱাটো সকলোৱে অভ্যাস৷ তাৰ পাছতহে দিনটোৰ আন কামবোৰ কৰা হয়৷ ৰাতিপুৱাৰ চাহকাপে...

কিছু ক্ষেত্ৰত বিলাহী খালেস্বাস্থ্যৰ কি ক্ষতি হ’ব পাৰে

খাদ্য তালিকাত বিলাহীক পাচলিৰ ভিতৰত অন্যতম বুলি ধৰা হয়৷ সকলো খাদ্যতে বিলাহী মিহলাই দি খাব পাৰি৷ যিকোনো চবজিত বিলাহী দিয়ে ব্যঞ্জনখনৰ সোৱাদেই...

অমলেট, সিদ্ধ নে পোচকোনবিধ কণী বেছি উপকাৰী

সকলোতকৈ পুষ্টিকৰ আৰু সহজলভ্য খাদ্যৰ তালিকাত প্ৰথমেই কণীৰ নাম ল’ব পাৰি৷ কণী প্ৰ’টিনৰ ভাল উৎস৷ কণী বেয়া পোৱা মানুহ চাগে নোলাবই৷ কণীৰ...

সাৱধান : শক্তিবৰ্ধক পানীয় জনস্বাস্থ্যৰ বাবে ভাবুকি

ব্যাৱসায়িক মুনাফা লাভৰ স্বাৰ্থত একাংশ শীতল পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠান, পেকেজিং ড্ৰিকিং প্ৰস্তুত কৰা প্ৰতিষ্ঠানে অসমৰ নগৰ-চহৰত মিঠাই প্ৰস্তুত কৰা প্ৰতিষ্ঠানে স্বাস্থ্যসন্মত বিধি...

পনীৰ বিশুদ্ধ নে ভেজাল কিদৰে চিনাক্ত কৰিব ?

পনীৰ খাবলৈ সকলোৱে কম-বেছি পৰিমাণে ভাল পায়৷ বিশেষকৈ নিৰামিষভোজীসকলৰ প্ৰিয় খাদ্য হ’ল পনীৰ৷ পনীৰক প্ৰ’টিনৰ সকলোতকৈ ভাল উৎস হিচাপে গণ্য কৰা হয়৷...

গৰমৰ দিনত তিয়ঁহ খাওকজানক ইয়াৰ চমৎকাৰ গুণাগুণ

গৰমৰ দিনত অত্যধিক পানীৰ পিয়াহ লাগি গল শুকাই গৈছে যদি এটা তিয়ঁহ কাটি খাই দিবচোন৷ লগে লগে পিয়াহ নাইকিয়া হৈ যাব লগতে...

দাইলৰ ফেন কিয় পেলোৱা হয় দাইলৰ ফেন স্বাস্থ্যকৰ নে ?

দাইল প্ৰ’টিনৰ ভাল উৎস৷ দাইলৰ প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ প্ৰ’টিনৰ অভাৱ দূৰ কৰে৷ দাইল তিনি চাৰিবাৰ পানীৰে ধুই পৰিষ্কাৰ...

খোজকঢ়াটো মহৌষধ : এই অভ্যাসে মানসিক সুস্বাস্থ্যৰো অধিকাৰী কৰে

আজিকালি বহুতেই পুৱা-গধূলি খোজ কাঢ়ে৷ মৰ্নিং ৱাক অথবা ইভিনিং ৱাক কৰাৰ বাবে পুৱাই হওক বা আবেলিয়েই হওক– ৰাস্তাই-ঘাটে, পাৰ্ক, মুকলি ঠাই আদি...

Most Read

দ্ৰুতগতিত বৃদ্ধি মগজু, কিডনী বাবে বিপজ্জনক এইবিধ ভেঁকুৰ

এছপাৰগিলাছ ফুমিগেটাছ নামৰ ভেঁকুৰবিধৰ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ক্ৰমশঃ অসুস্থ হৈছে মানুহ৷ বতাহত সহজে ভাহি আহি আক্ৰমণ কৰিছে মানুহক৷...

আম অকল সুস্বাদুইনে? জানক ইয়াৰ উপকাৰিতা

আম এবিধ অতি সুস্বাদু ফল৷ গ্ৰীষ্মকালত পোৱা ফলসমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু এবিধ পুষ্টিকৰ ফল৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু...

সন্তানৰ বুদ্ধিৰ ধাৰ বৃদ্ধিত এই আসন শিকাওক

সন্তানৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধি তথা বৃদ্ধিৰ কাৰণে সৰুৰে পৰা যত্ন লোৱা উচিত৷ সৰুতে শিশুৱে সকলোখিনি আয়ত্ত কৰি লয়৷ এই ক্ষেত্ৰত সঠিক পথ...

একেবাৰে নিৰ্মূল হ’ব পাৰ্কিনশ্যন! স্নায়ুৰ ৰোগৰ নতুন আশাৰ পোহৰ

বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তাৰ ভিতৰত পাৰ্কিনশ্যন অন্যতম৷ বিশ্বব্যাপী লাখ লাখ মানুহ পাৰ্কিনশ্যনত আক্ৰান্ত হয়৷ মূলতঃ...