Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

মধুৰিআমৰ উপকাৰিতাৰবিষয়ে জানো আহক

মধুৰিআম খাই ভাল নোপোৱা মানুহ চাগে নোলাব৷ অত্যন্ত সুস্বাদু ফল দিয়া মধুৰিআমৰ গছ গাঁৱৰ প্ৰতিঘৰৰ পদূলিতে এজোপা থকাটো এটা নিয়মৰ লেখীয়া৷ আগতে...

কনজাংটিভাইটিছৰ সংক্ৰমণৰোধৰ বাবে এইবোৰ খাদ্য খাওক

কনজাংটিভাইটিছ চকুৰ এক সংক্ৰমণজনিত ৰোগ৷ গ্ৰীষ্মকালত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বেছি হয়৷ এই ৰোগ হ’লে চকু ৰঙা পৰে, চকু উখহি উঠে, চকু ফুটি...

তামৰ পাত্ৰত পানী খাওকপাব আশ্চৰ্যকৰ ফল

অসমীয়া সমাজত জলপান খোৱাৰ তামৰ পাত্ৰৰ ব্যৱহাৰ বহু আগৰে পৰা চলি আহিছে৷ প্ৰাচীন কালত ঋষি-মুনিসকলে খাদ্য ৰন্ধা, খোৱাত...

Black salt-এ শৰীৰৰকিদৰে উপকাৰ কৰে

নিমখ বা লোণ– দৈনন্দিন জীৱনত প্ৰায় প্ৰতিবিধ খাদ্যতে ব্যৱহৃত সামগ্ৰীবিধ হৈছে লোণ৷ সাগৰতলিৰ পৰা যি নিমখ আমি উৎপাদন কৰোঁ, সেইবিধেই হৈছে সাধাৰণ...

পুৱাই এগিলাচ কুহুমীয়া পানী সেৱন কৰক : পাব আচৰিত লাভ

আপুনি যদি সুস্থ থাকিব বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠিয়েই এগিলাচ পানী সেৱন কৰক৷ ডক্তৰেও খালী পেটত...

ছুগাৰ নিয়ন্ত্ৰণ আৰু ওজনহ্ৰাসৰ বাবে নীলা চাহ খাওক

পুৱা শুই উঠিয়েই চাহকাপ খোৱাৰ সকলোৰে এটা অভ্যাস৷ সকলোৱে প্ৰতিদিনে একাপ হ’লেও চাহ খায়৷ আজিকালি হাৰ্বেল চাহৰ প্ৰচুৰ চাহিদা বাঢ়িছে৷ বিভিন্ন প্ৰকাৰে...

কোনবোৰ উপসৰ্গই দেখা দিলেবুজিব শৰীৰক ডিটক্সৰ প্ৰয়োজন

দৈনন্দিন জীৱনত একেটা কামকে কৰি কৰি যিদৰে আমাৰ ক্লান্তি বা এলাহ অনুভৱ হয়, একেদৰে আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰে প্ৰতিনিয়ত কাম কৰি ভাগৰি পৰে৷...

মুখৰ বলিৰেখাৰ সমস্যাৰ বাবেঘৰুৱাভাৱে এলোভেৰাৰ নাইট ক্ৰিম

বয়স বঢ়াৰ লগে লগে চুলি পকিবলৈ ধৰে, মুখত বাৰ্ধক্যৰ চিন ফুটি উঠে৷ কিন্তু বয়সৰ আগতে যদি মুখত বাৰ্ধক্যৰ চাপ পৰে, তেনেহ’লে ব্যৱস্থা...

ব্লাড ছুগাৰ নিয়ন্ত্ৰণতমহৌষধ এইবিধ বীজ

আজিকালি মানুহৰ মাজত ডায়েবেটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে৷ আলসুৱা জীৱন যাপন, অসন্তুলিত খাদ্যাভ্যাস, শৰীৰক কষ্ট নিদিয়া, এলাহ ভাব, ভেজাল খাদ্য, ৰুটিন-বিৰুদ্ধ...

মাছৰ তেলে হাৰ্ট সুস্থ ৰাখে কি কয় পুষ্টিবিদে ?

মাছৰ লগতে মাছৰ তেলো খাবলৈ বহুতেই পচন্দ কৰে৷ মাছৰ লগতে ইয়াৰ তেলো খাদ্যগুণেৰে ভৰপূৰ৷ মাছৰ তেল নিয়মিতভাৱে খালে হাৰ্টৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰীনে,...

জানেনে : অমিতাৰ গুটিৰো আছে অসাধাৰণ গুণ

সাধাৰণতে অমিতা তৰকাৰী হিচাপে বা পকা অমিতা সকলোৱে খোৱা খায়৷ আমি অমিতা কটোতে ইয়াৰ সাহখিনি ৰাখি গুটিবোৰ...

ডায়েবেটিছ ৰোগীয়ে ডায়েটত ৰাখক এইকেইবিধ খাদ্য

পৰিৱৰ্তিত জীৱন ধাৰা আৰু ভুল খাদ্যাভ্যাসৰ কাৰণে সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দ্ৰুতভাৱে বাঢ়িবলৈ লৈছে৷ তেজত গ্লুকজৰ মাত্ৰা খুব বেছি বাঢ়ি গ’লে...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...