Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

শৰীৰচৰ্চা কৰিও মেদ নকমিলে এইবিধ পানীয় খাওক

শৰীৰচৰ্চা আথবা ডায়েট কৰিও শৰীৰৰ মেদ কমাব পৰা নাই৷ তেনেহ’লে তিঁয়হৰ দ্বাৰা প্ৰস্তুত কৰা এই পানীয়বিধ দৈনিক সৈৱন কৰক, আচৰিত লাভ পাব৷...

নেমুৰ সৈতে ভুলতো এইবোৰ নাখাব

সাধাৰণতে আমি খোৱা খাদ্যৰ তালিকাত বিভিন্ন খাদ্য সামগ্ৰীৰ সংমিশ্ৰণ কৰোঁ৷ এই সংমিশ্ৰিত খাদ্যবোৰে আমাৰ পাচনতন্ত্ৰত বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলায়৷ ইয়াৰে কিছুমান সংমিশ্ৰণে...

এইবোৰ শৰীৰত হোৱা পটেচিয়ামৰ অভাৱত লক্ষণ

সকলো পুষ্টিৰ ভাৰসাম্য অটুট থাকিলেহে শৰীৰৰ সুস্থ তথা নিৰোগী হৈ থাকে৷ ইয়াৰ কাৰণে ভিটামিনৰ যিমান প্ৰয়োজন, সিমানেই প্ৰয়োজন খনিজ তথা আন আন...

জন্মৰ ছমাহৰ পাছত শিশুৰ খাদ্য কেনে হোৱা উচিত

শিশুৰ জন্মৰ ছয় মাহ পৰ্যন্ত মাত্ৰ মাকৰ গাখীৰহে একমাত্ৰ খাদ্য৷ ইয়াৰ পাছৰ বয়সত মাতৃদুগ্ধৰ উপৰি আন আন সুষম আহাৰ খাবলৈ নিদিলে শিশুৰ...

গাখীৰৰ স’তে নিমখ একেলগে খোৱা উচিতনে?

গাখীৰ এবিধ পুষ্টিকৰ খাদ্য৷ প্ৰায় সকলোৱে কম-বেছি পৰিমাণে বিভিন্ন উপায়ৰে গাখীৰ খায় আৰু আমি সকলোৱে জানো গাখীৰৰ কেনেকৈ খাব লাগে৷ আনহাতে গাখীৰ...

পৰিমাণতকৈ বেছি হিং খাদ্যত দিলে কি হ’ব পাৰে?

হিঙৰ বিষয়ে নি(য় আপুনি জানে৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে মাংস সোনকালে সিজিবলৈ বা ইয়াৰ অকটা ভাব দূৰ কৰি খাদ্যৰ জুতি বৃদ্ধিৰ বাবে...

আদাৰ আছে আচৰিত ঔষধি গুণ

সচৰাচৰ আমাৰ সকলোৰে ৰান্ধনীঘৰত আদা থাকেই৷ আদাক খাদ্যৰ সুস্বাদু বঢ়াবলৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ আদাৰ আছে বহুতো পুষ্টিগুণ৷ আদাই খাদ্যৰ সোৱাদ...

মুৰি নে মাখানা : কোনবিধ বেছি পুষ্টিকৰ

মানুহে স্বাস্থ্য সচেতন হৈ উঠিবলৈ তথা ক্ৰমাগত খাদ্যৰ প্ৰয়োজনৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো জৰুৰী৷ এটা সুস্থ তথা স্বাস্থ্যসন্মত শৰীৰ লাভ কৰিবলৈ...

আপোনাৰ হাত-ভৰি জিনজিনাব পাৰে এই ভিটামিনৰ অভাৱত

বহুতৰে বহু সময় একে ঠাইতে থিয় হৈ বহি থাকিলে ভৰি বা হাত জিনজিনাবলৈ ধৰে আৰু অলপ সময় লৰচৰ কৰিব নোৱাৰা হৈ পৰে৷...

বতৰৰ ফল লিচুৰ উপকাৰিতা জানো আহক

গ্ৰীষ্মকাল মানেই নানা ৰকমৰ ফলৰ সমাহাৰ৷ এই সময়খিনি ৰসাল, মিঠা বিভিন্ন ফল-মূলেৰে ভৰি থাকে ঘৰৰ বাৰী৷ আম, কঁঠাল, পনিয়ল, লিচু, মধুৰিআম, জাম...

ৰন্ধাৰ আগেয়ে মাছত হালধি নিমখ দিয়াৰ কাৰণ জানেনে?

বজাৰৰ পৰা মাছ কাটি অনাৰ পাছত ঘৰত ভালদৰে পৰিষ্কাৰ পানীৰে চাফা কৰি তাত হালধি আৰু নিমখ মিহলাই দি কিছু সময় ৰখা হয়৷...

ফ্ৰীজৰ ঠাণ্ডা পানী খালে ওজন বাঢ়ে নেকি ?

পানী হ’ল জীৱৰ প্ৰাণ৷ এই বিশ্বব্ৰহ্মাণ্ডত সকলো বস্তু থাকিলেও যদি পানী নাথাকে তেন্তে জীৱ জীয়াই থকাটো সম্ভৱপৰ নহয়৷ অৰ্থাৎ পানীয়েহে জীৱন লালন...

Most Read

ব্লাড কেঞ্চাৰ নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰ’জান হৰ্ছ’ থেৰাপী

ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে...

গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যালোকত ভিটামিন-ডি শোষণ

ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰ’দৰ পোহৰ ৰশ্মি বা পোহৰ লগালে ভিটামিন-ডি প্ৰস্তুত হয়নে? উত্তৰত– মুঠেও নহয়৷ ওলোটাই সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ ক্ষতিসাধন কৰি...

ঘৰতে আছে ওঁঠৰ ক’লা দাগ দূৰ কৰাৰ উপায়

ওঁঠ ক’লা পৰা সমস্যাৰ পৰা সমাধান পাবলৈ আপোনাৰ ৰান্ধনী ঘৰৰ লুকাই আছে সমাধানৰ উপায়৷ বহু সময়ত লক্ষ্য কৰা যায় যে ওঁঠযুৰি ক্ৰমে...

গাখীৰতকৈও এইবোৰ খাদ্যত বেছি কেলচিয়াম পোৱা যায়

স্বাস্থ্য ভালে ৰাখিবলৈ ভিটামিন, মিনাৰেলত লগতে কেলচিয়ামৰো প্ৰয়োজন হয়৷ গাখীৰতকৈও এইবোৰ খাদ্যত বেছি পৰিমাণে কেলচিয়াম পোৱা যায়৷ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে সকলোতকৈ...