Health Plus
4828 POSTS0 COMMENTS
http://newshealthplus.comএই মাছ খোৱাৰ অভ্যাস কৰক প্ৰাকৃতিকভাৱে বাঢ়িব কোলাজেন
Health Plus - 0
আমাৰ শৰীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান হ’hল কোলাজেন৷ হাড়, পেশী, ছাল এই সকলোবোৰৰ সুৰক্ষাত এই উপাদানৰ বিশেষ ভূমিকা থাকে৷ ছালখনত বলিৰেখাৰ দূৰ...
মনৰ বিষণ্ণতাই শৰীৰ মোটা হোৱাৰ প্ৰৱণতা বঢ়ায় নেকি?
Health Plus - 0
মন বেয়া লাগি থকা বা বিষণ্ণতাই অকল মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পেলায় এনে নহয়, শৰীৰকো প্ৰভাৱিত কৰে৷ বিশেষজ্ঞই জনোৱা মতে, দীৰ্ঘদিন...
পুৱাই টোপনিৰ পৰা উঠিয়েই ক্লান্তি অনুভৱ : কিহৰ অভাৱত হয়
Health Plus - 0
গোটেই দিনটো কৰ্মব্যস্ততাৰ পাছত নিশা টোপনিৰ মাৰি ৰাতিপুৱা যেতিয়া টোপনিৰ সাৰ পোৱা হয়, শৰীৰটোৱে সতেজতা তথা সজীৱতা অনুভৱ কৰে৷ আগদিনাৰ সমস্ত দুখ-ভাগৰ...
ডায়েবেটিছ ৰোগ হৈছে কিডনী ফেইলৰৰ মুখ্য কাৰক
Health Plus - 0
ডায়েবেটিছ ৰোগ প্ৰাদুৰ্ভাৱ সমগ্ৰ বিশ্বত যথেষ্ট বৃদ্ধি পাইছে৷ বৰ্তমান সময়ত প্ৰতিঘৰৰে এজন হ’লেও ডায়েবেটিছত আক্ৰান্ত হৈছে৷ এই ৰোগে এনেদৰে শিপাইছে যে কম...
তলপেটৰ চৰ্বি কমাবলৈ এইটো সহজ ব্যায়ামেই যথেষ্ট
Health Plus - 0
পেটত জমা হোৱা চৰ্বি কমোৱাটো ইমান সহজ কথা নহয়৷ ইয়াৰ বাবে নিৰ্দিষ্ট কিছুমান কাৰ্ডিঅ’ ব্যায়াম আছে৷নিয়ম অনুসৰি ষ্টে˜ংথ ট্ৰেনিঙো কৰিব পাৰে৷...
টোপনিৰ মাজতে মস্তিষ্কত কি ঘটি থাকে : জনালে বিজ্ঞানীয়ে
Health Plus - 0
আমাৰ মস্তিষ্ক অত্যন্ত জটিল আৰু শক্তিশালী৷ মস্তিষ্কত প্ৰায় আঠ হাজাৰ ছয় কোটি নিউৰন থাকে৷ প্ৰায় পঁচিশ বছৰৰ বয়সৰ পাছত এই নিউৰনবোৰ সম্পূৰ্ণভাৱে...
বিশ্বব্ৰহ্মাণ্ডত জীৱৰ শেষ কেতিয়া? পৰিষ্কাৰ কৰিলে বিজ্ঞানীয়ে
Health Plus - 0
পৃথিৱীত জল, স্থল, অন্তৰীক্ষৰ আকাৰ, প্ৰাণীজগতৰ নানা প্ৰজাতি আদিৰ স্থায়িত্ব কিমানদিন? কিমানদিনলৈ জীয়াই থাকিব ইয়াৰ জীৱকুল৷ পৃথিৱীৰ বুকুৰ পৰা এইবোৰ কেতিয়া নিশ্চিহ্ন...
গৰমৰ দিনত ঘৰ ঠাণ্ডা কৰি ৰখাৰ এইবোৰ টিপছ
Health Plus - 0
প্ৰখৰ সূৰ্যৰ তাপত বাহিৰত ঘূৰি ফুৰাটো অসম্ভৱ হৈ পৰে৷ প্ৰবল উত্তাপত ক’তো থিতাপি ল’ব নোৱৰা হয়, উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ...
সমস্ত শৰীৰৰ বিষ, দুৰ্বলতা কিহৰ অভাৱত এনে হয়?
Health Plus - 0
কেতিয়াবা কামৰ মাজতে শৰীৰ দুৰ্বল লগা, অৱস হোৱা বা অতি ভাগৰুৱা যেন অনুভৱ হয়৷ গোটেই শৰীৰৰ বিষ-বেদনা অথবা শৰীৰৰ অৱস হৈ পৰে৷...
কৃমিৰ পৰা শিশুৱে কিদৰে ঘৰুৱাভাৱে প্ৰতিকাৰ পাব
Health Plus - 0
মানুহ আৰু আন্যান্য প্ৰাণীৰ দেহত বাস কৰা এবিধ পৰজীৱী প্ৰাণী হৈছে কৃমি৷ ইহঁতে মানুহৰ দেহৰ ভিতৰৰ পৰা খাদ্য গ্ৰহণ কৰে৷ ইণ্টাৰ’বাছ...
Most Read
ঋতুস্ৰাৱৰ ইতি মানেই ৰাত্ৰি সুখৰ অৱসান নহয় : গৱেষণাত গোপন সত্য
মহিলাসকলৰ মাহেকীয়া বা ঋতুস্ৰাৱ হৈছে জীৱনৰ এটা অংগাংগী প্ৰক্ৰিয়া৷ যি মাধ্যমৰ জৰিয়তে এগৰাকী মহিলাই মাক হোৱাৰ হাবিয়াস পূৰ্ণ হয়৷ প্ৰাকৃতিক এই প্ৰক্ৰিয়া...
আমৰ পাত খালে পাব ব্যাপক উপকাৰ : কিদৰে খাব?
এতিয়া আম খোৱাৰ বতৰ৷ বজাৰত বিভিন্ন সুস্বাদু আমেৰে ভৰি পৰিছে৷ বতৰৰ ফল আম খাবলৈ সোৱাদৰ লগতে ইয়াৰ উপকাৰিতা যথেষ্ট আছে৷ বিভিন্ন ৰোগৰ...
কিডনী পৰিষ্কাৰ কৰিবলৈ নিয়মিত খাওক এই ৰস
বজাৰত বিভিন্ন প্ৰকাৰৰ হে’লথ ড্ৰিংকছ পোৱা যায়৷ গাজৰৰ ৰ, মধপৰিআমৰ ৰস, আমৰ ৰস, সুমথিৰাৰ ৰস আদি সেৱনে ভিন্ন উপকাৰ প্ৰদান কৰে৷...
ঘৰত জেঠীৰ পৰা কিদৰে পৰিত্ৰাণ পাব
সকলোৰে ঘৰত কম-বেছি পৰিমাণে জেঠী দেখা যায়৷ ঘৰৰ চুক-কোণ, চিলিং, পাকঘৰৰ চুক আদি ইহঁতে থাকে৷ সাধাৰণতে জেঠীয়ে আমাৰ বিশেষ অসুবিধা নিদিয়ে যদিও...