Health Plus

4764 POSTS0 COMMENTS
http://newshealthplus.com

ইমিউনিটি ধৰি ৰাখিবলৈ এইবোৰ চুপ খাওক

চুপ হৈছে এবিধ গৰমে গৰমে সেৱন কৰা পানীয়, যি শাক-পাচলি, মাংস আদিৰে তৈয়াৰ কৰা হয়৷ যিহেতু চুপত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ...

পিঠি, কঁকালৰ বিষৰ পৰিত্ৰাণ পাবলৈ সুপ্ত মৎস্যেন্দ্ৰাসন কৰক

যোগাসন এনে এক পদ্ধতি, যি সকলো পক্ষই কৰা সম্ভৱ৷ যিসকলে কোনোদিন এই অভ্যাস কৰা নাই, তেওঁলোকেও এই আসন কৰিব পাৰে৷ যোগাসনে...

এইবোৰ পাচলিত কণীতকৈও বেছি প্ৰ’টিন আছে

কণী হৈছে প্ৰ’টিনৰ ভাণ্ডাৰ৷ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনভাগ কণীৰ পৰাই পাওঁ৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে আমি খোৱা...

নতুন ৰং আৱিষ্কাৰ কৰিলে বিজ্ঞানীয়ে

‘ওলো’ নামৰ নতুন এক ৰং আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে৷ এই ৰং আগতে কেতিয়াও দেখা পোৱা নাই বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীৰ তথ্য মতে...

কোন সময়ত ঠাণ্ডা গাখীৰ খালে উপকাৰ বেছিকৈ পাব

সুস্বাস্থ্যৰ বাবে গাখীৰ অতি পুষ্টিকৰ খাদ্য৷ নিয়মিতভাৱে গাখীৰ সেৱনৰ ফলত শৰীৰ সুস্থ থকাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধত সহায় কৰে৷ প্ৰ’টিনৰ অন্যতম উৎস...

কাষলতিৰ ক’লা দাগ গুচাবলৈ এই পাচলিৰ ৰস লগাওক

পুৰুষ বা মহিলাৰ ক্ষেত্ৰত বহুতৰে কাষলতিৰ তলত ক’লা দাগ পৰে৷ যাৰ বাবে দেখিবলৈ কুশ্ৰী লাগে আৰু এইদৰে কাষলতিৰ তলত ক’লা দাগ পৰাৰ...

ফেটি লিভাৰৰ সমস্যা হ’লে কিদৰে বুজিব

আজিকালি ফেটি লিভাৰৰ সমস্যাই ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ প্ৰায়ভাগ লোকৰে ক্ষেত্ৰতে এই সমস্যাই গো কৰি উঠিছে৷ বিশেষকৈ যুৱচামৰ মাজত যথেষ্ট বৃদ্ধি পোৱা...

লিভাৰৰ সুস্থতাৰ বাবে এৰাই চলক এইবোৰ খাদ্য

শৰীৰ ভালে ৰাখিবলৈ হ’লে লিভাৰৰ স্বাস্থ্যৰ কথাও মনত ৰখা জৰুৰী৷ আৰু সেই জৰুৰী কামটো কৰাৰ বাবে কিছু খাদ্যাভ্যাস, খাদ্যৰ তালিকাৰ সলনি...

তেজত হিমগ্লবিনৰ পৰিমাণ কমিলে এইবোৰ খাওক

হিমগ্লবিন হৈছে আমাৰ শৰীৰৰ ৰক্তকোষৰ আইৰনসমৃদ্ধ এটা প্ৰ’টিনস্বৰূপ৷ হিমগ্লবিনে দেহৰ প্ৰতিটো অংগলৈ অক্সিজেন সৰবৰাহ কৰাত বিশেষ ভূমিকা পালন কৰে৷ শৰীৰত হিমগ্লবিনৰ...

এইবোৰ সমস্যা থাকিলে দৈ একেবাৰে নাখাব

দৈ আমাৰ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ খাদ্য৷ বিশেষকৈ গৰমৰ দিনকেইটা দৈনিক দৈ খালে শৰীৰ সু্‌স্থ থকাৰ লগতে শৰীৰৰ প্ৰয়োজনীয় উপাদানৰো যোগান ধৰে৷...

TOP AUTHORS

Most Read

মাইগ্ৰেনৰ পৰা উপশমৰ বাবে এইবোৰ ঘৰুৱা উপায়

মাইগ্ৰেনৰ যন্ত্ৰণা কিমান কষ্টদায়ক হ’ব পাৰে, সেয়া কেৱল ভুক্তভোগীজনেহে উপলব্ধি কৰিব পাৰে৷ কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি? সেই বিষয়ে আজিও নিশ্চিত...

তাৰুণ্য ধৰি ৰাখিবলৈ এই পাঁচধৰণৰ খাদ্য খাওক

এনে বহু লোক আছে, যিসকলৰ অকালতে বাৰ্ধক্যৰ চাপ পৰে৷ জীৱনধাৰা বিভিন্ন দিশ ইয়াৰ বাবে মূলতঃ দায়ী বুলি কোৱা হয়৷ তাৰুণ্য ধৰি...

দাঁতৰ হালধীয়া দাগ কিদৰে নোহোৱা কৰিব?

আধুনিক পদ্ধতিৰে দাঁতৰ হালধীয়া দাগ নোহোৱা কৰি দাঁত উজ্জ্বল আৰু চিকচিকীয়া কৰিব পাৰি৷ কিন্তু একেবাৰে সহজ ঘৰুৱা উপায়েৰে, কম খৰচতে দাঁত...

দাঁতৰ এই লক্ষণে বুজাই দিয়ে আপুনি ফেটি লিভাৰত আক্ৰান্ত

লিভাৰ আমাৰ শৰীৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ৷ লিভাৰে পৰিপাকতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আমি খোৱাৰ খাদ্যত ফেটৰ পৰিমাণ বেছি হ’লে লিভাৰত নিজৰ...