Health Plus
4388 POSTS0 COMMENTS
http://newshealthplus.comপাকস্থলীৰ কেঞ্চাৰৰ লক্ষণ কি কি : জানক বিস্তাৰিতভাৱে
Health Plus - 0
পেটৰ সমস্যা, গেষ্টি˜ক আৰু এচিডিটিৰ সমস্যাত দীৰ্ঘদিন ধৰি ভুগি আছে যদি তেনে ব্যক্তিসকলে সতৰ্ক হোৱা উচিত৷ কাৰণ পেটৰ এনেধৰণৰ দীৰ্ঘকালীন জটিলতাৰ সমস্যাৰ...
এলিয়েনৰ সত্যতা আছে এই দাবী নাছাৰ
Health Plus - 0
অনন্তকাল ধৰি এই পৃথিৱীত এলিয়েনক লৈ যথেষ্ট জল্পনা-কল্পনা আৰু চৰ্চা চলি আহিছে৷ আনকি চিনেমা, গল্প তথা উপন্যাসতো এই এলিয়েনৰ অস্তিত্বক লৈ লিখা-মেলা...
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক
Health Plus - 0
মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...
ডায়েবেটিছ ৰোগীৰ বাবে এই কাপ বিশেষ চাহ
Health Plus - 0
ভাৰতীয় ৰান্ধনীঘৰ হ’ল বিভিন্ন মছলাৰ ভাণ্ডাৰেৰে সমৃদ্ধ৷ এইবোৰ মছলাই খোৱাবস্তুৰ সোৱাদ বঢ়োৱাৰ লগতে বিভিন্ন ৰোগ নিৰাময়ত উপকাৰী৷ কিছুমান মছলা আছে যিবোৰ প্ৰতিদিনে...
৮০ হাজাৰ বছৰৰ পাছত আকাশত বিৰল ধূমকেতু
Health Plus - 0
ৰাতিৰ আকাশত উপস্থিত হ’ল এক মহাজাগতিক অতিথি৷ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত দেখা গ’ল চি-২০২৩ এ ৩ নামৰ এক ধূমকেতু৷ এই ধূমকেতুটো দেখি...
স্পণ্ডিলাইটিছত ভুগিছে ? নিৰাময়ৰ বাবে জ্যেষ্ঠিকাসন কৰক
Health Plus - 0
শৰীৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ দৈনন্দিন জীৱন যাত্ৰাত যোগব্যায়াম কৰিবলৈ অভ্যাস কৰাটো অতি জৰুৰী৷ শৰীৰ ফিট ৰাখিবলৈ শৰীৰচৰ্চাৰ বিকল্প একো নাই৷...
পৃথিৱীৰ বাবে বিপদঘণ্টা : দক্ষিণ মেৰুত বাঢ়িছে সেউজ অঞ্চল
Health Plus - 0
দক্ষিণ মেৰু মহাদেশত দ্ৰুত গতিত বৃদ্ধি পাইছে সেউজ অঞ্চল৷ এটা নতুন অধ্যয়নৰ পৰা জানিব পৰা মতে যোৱা কিছু বছৰত দক্ষিণ মেৰুত অপ্ৰত্যাশিতভাৱে...
কাষলতিৰ তলৰ ক’লা দাগ কিদৰে নোহোৱা কৰিব ?
Health Plus - 0
বহুতৰে কাষলতিৰ তলত ক’লা দাগ পৰি চামনি সদৃশ হৈ পৰে৷ এই ক’লা দাগ পৰা অংশত গা ধোৱাৰ সময়ত যিমানেই চাবোন নামাৰে কিয়,...
লিখা কাৰ্যই স্মৃতিশক্তিত কিদৰে প্ৰভাৱ পেলায়
Health Plus - 0
আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? বিদ্যালয়ত যেতিয়া আমাক শ্ৰুতলিপি দিয়া হৈছিল, আমাৰ মতে সেই সময়খিনি যথেষ্ট অশান্তিকৰ আৰু কঠিন আছিল৷ কিন্তু আমি হাতেৰে...
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক
Health Plus - 0
মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...
Most Read
কোনখন দেশক মেলেৰিয়ামুক্ত দেশ ঘোষণা WHO-ৰ
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ মেলেৰিয়াৰ বিৰুদ্ধে যুদ্ধত এক ঐতিহাসিক খোজৰ চিনস্বৰূপে ইজিপ্তক মেলেৰিয়ামুক্ত দেশৰূপে ঘোষণা কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিবৃতিত...
মাইগ্ৰেনৰ পৰা মুক্তি পাবলৈ পদ্মাসন কৰক
বৰ্তমান সময়ত প্ৰায়ভাগ পুৰুষ তথা মহিলা মাইগ্ৰেনৰ সমস্যা ভুগিছে৷ বছৰ বছৰ ধৰি ঔষধ সেৱন কৰি তথা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিও কোনো সুফল...
ডায়মণ্ড ধূলিকণাৰে পৰিৱেশ শীতল কৰাৰ গৱেষণা
জলবায়ুৰ সংকট দিনক দিনে গভীৰৰৰ পৰা গভীৰতৰ হৈ গৈছে৷ এনে অৱস্থাত বিজ্ঞানীয়ে পৃথিৱীক ঠাণ্ডা কৰাৰ বিভিন্ন কৌশল অৱলম্বনৰ বাবে গৱেষণা অব্যাহত ৰাখিছে৷...
জানো আহক বগা মূলাৰ উপকাৰিতা
শীতকালত বজাৰত পোৱা ফুলকবি, বন্ধাকবি, গাজৰ, বিলাহী আদি নানাধৰণৰ পাচলিৰ ভিতৰত মূলাও অন্যতম৷ এই সকলোবোৰ পাচলিয়েই আমাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী৷ ইয়াৰ...