Health Plus
4934 POSTS0 COMMENTS
http://newshealthplus.comআপুনি পিন্ধা হেলমেটটোকেনে হোৱা উচিত জানেনে?
Health Plus - 0
মটৰচাইকেল বা বাইক চলাওঁতে হেলমেট ব্যৱহাৰ কৰাৰ ফলত দুৰ্ঘটনাৰ পৰা আমাক নিৰাপদ দূৰত্বত ৰাখে৷ ইয়াৰ বাহিৰেও ৰাস্তাৰ ধূলি-বালিৰ পৰা নাক-চকু আদিক হেলমেটটোৱে...
উদ্বেগজনক তথ্য : ভাৰতৰ ৩৭ প্ৰজাতিৰ ফুল অস্তিত্বৰ সংকটত
Health Plus - 0
আমাৰ দেশ ভাৰতবৰ্ষ সেউজীয়া প্ৰকৃতিৰে ভৰা৷ য’লৈকে যোৱা হয় তাতেই পাহাৰ পৰ্বত মালভূ্মি বিৰাজমান৷ আদিম যুগৰে পৰা সাগৰ-মহাসাগৰেৰে আৱৰি থকা ভাৰতভূমিত সেয়েহে...
ভূগৰ্ভৰ তলত খোজ মিলিলৰহস্যময় আন এখন জগতৰ
Health Plus - 0
এইবাৰ বিজ্ঞানীয়ে ভূগৰ্ভৰ আন এক ৰহস্যৰ সন্ধান পাইছে৷ জনা মতে ভূপৃষ্ঠৰ তলত পৃথিৱীৰ আন এটা ভিন্ন স্তৰ পোৱা...
ৰে’লৰ শেষৰ দবাটোত X লিখাৰ অৰ্থ কি জানেনে ?
Health Plus - 0
ভাৰতৰ যাতায়াত ব্যৱস্থাৰ মূল চালিকা শক্তিয়েই হ’ল ৰে’ল যাতায়াত৷ দেশৰ হাজাৰ হাজাৰ নাগৰিকে এই ৰে’লগাড়ীৰে যাতায়াত সম্পন্ন কৰে৷ অফিচ-কাছাৰী, অৱসৰ বিনোদন, আমোদ...
সমীক্ষা : ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ বায়ু প্ৰদূষণ
Health Plus - 0
বৰ্তমান সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগে ভয়ানকভাৱে বিস্তাৰ লাভ কৰিছে৷ ডায়েবেটিছ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে খাদ্যবস্তুৰ ভেজালকৰণ,...
ভাৰতসহ ২৮খন দেশৰ কৃত্ৰিমবুদ্ধিমত্তাৰ বিপদক লৈ বিশ্বৰ প্ৰথমখন চুক্তি
Health Plus - 0
ইউনাইটেড কিংডমত অনুষ্ঠিত এখন সন্মিলনত ভাৰতকে ধৰি ২৮খন দেশ আৰু ইউৰোপিয়ান ইউনিয়নে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় বিশ্বৰ প্ৰথমখন চুক্তিত স্বাক্ষৰ...
ক’ভিডত আক্ৰান্তক অত্যধিকপৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ আহবান
Health Plus - 0
ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বিশ্বৰ জনতাই এক শংকাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছিল৷ মানুহে ঘৰতে গৃহবন্দী জীৱন...
যোৱা দুটা বছৰত ভাৰততউদ্বেগজনকভাৱে নিবনুৱাৰ হাৰ বৃদ্ধি
Health Plus - 0
ভাৰতত যোৱা দুটা বছৰৰ ভিতৰত সৰ্বোচ্চ হৈছে নিবনুৱাৰ হাৰ৷ এই সময়ছোৱাত ভাৰতত নিবনুৱাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি...
দুৰ্লভ মুহূৰ্ত : জেমছ ৱেবে ধৰি ৰাখিলে নতুন নক্ষত্ৰৰ জন্মৰ দৃশ্য
Health Plus - 0
মহাকাশত থকা বিশ্বৰ আটাইতকৈ শক্তিশালী দূৰবীণ জেমছ ৱেব মহাকাশ দূৰবীণে বিশ্বব্ৰহ্মাণ্ডৰ ভালেমান দুৰ্লভ দৃশ্য আমাক চোৱাৰ সুযোগ দিছে৷ শেহতীয়াকৈ জেমছ ৱেবে...
নিশাৰ আহাৰ গ্ৰহণ কৰিদহ মিনিট খোজ কাঢ়ক
Health Plus - 0
আধুনিক জীৱন শৈলীত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈও সময় নোহোৱা হৈছে৷ এতিয়া মানুহে খাদ্য খোৱাৰ পাছত দীঘলীয়া সময় বহি থাকে বা...
Most Read
কেঞ্চাৰৰ শংকা ! গেছৰ ঔষধ ৰেনটেক-জিনটেকৰ লৈ তদন্তৰ নিৰ্দেশ
ৰেণ্টিডিন হ’ল হিষ্টামিন-২ ব্লকাৰ গ্ৰুপৰ ঔষধ৷ ভাৰতত ৰেনটেক, জিনটেক এচিলক নামেৰে বজাৰত এই ঔষধ উপলব্ধ৷ গেছ, এচিডিটি, পেটৰ বিষ হ’লে এই ঔষধ...
গ্ৰীষ্মকালত হোৱা এইবোৰ ৰোগৰ পৰা সাৱধান হওক
বতৰ সলনি হোৱাৰ লগে লগে বিভিন্ন ৰোগবোৰে নিজৰ ৰূপ সলনি কৰে আৰু ঋতু সলনি হোৱাৰ লগে লগে ই গুৰুতৰ ৰূপ ধাৰণ...
সাৱধান! চিগাৰেটৰ দৰেই ক্ষতিকাৰক শিংৰা
স্বাস্থ্য মন্ত্ৰ্যালয়ে সমস্ত কেন্দ্ৰীয় শিক্ষা প্ৰতিষ্ঠানসমূহৰ কাৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা শিক্ষা প্ৰতিষ্ঠানবোৰৰ কেণ্টিনত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জেলেপি আৰু...
ইনছুলিনৰ বিকল্প হিচাপে ডায়েবেটিছ নিৰ্মূলৰ বাবে অগ্নাশয়ৰ কোষ!
ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা যায়, সম্পূৰ্ণ নিৰাময় নহয়৷ ইমানদিনে এই ধাৰণাই আছিল৷ ৰক্ত শৰ্কৰা বাঢ়ি গ’লে ৰোগীৰ অৱস্থা বুজি খোৱাৰ ঔষধ বা ইনছুলিন...