Health Plus

3841 POSTS0 COMMENTS
http://newshealthplus.com

২০২১ চনত দেশত দুৰ্ঘটনাত কিমানৰ প্ৰাণহানি হৈছে জানেনে ?

২০২১ চনত দেশখনত যান-বাহনৰ প্ৰায় ৪.২২ লাখ দুৰ্ঘটনাত [ট্ৰেফিক এক্সিডেণ্ট] ১.৭৩ লাখ লোকৰ মৃত্যু হয়৷ আটাইতকৈ বেছি লোকৰ...

মুখত পৰা ক’লা দাগ কেনেকৈ নিৰ্মূল কৰিব ?

বৰ্তমান সময়ত প্ৰায় সকলো লোকেই স্বাস্থ্যৰ লগতে ৰূপসজ্জাৰ প্ৰতি সচেতন৷ পুৰুষ বা মহিলা সকলোৱে নিজৰ মুখখন নিমজ, সতেজ...

জি আই টেগযুক্ত উত্তৰ-পূবৰ ২৩ বিধ শস্যৰ ভিতৰত ৮ বিধেই অসমৰ

উত্তৰ-পূৰ্বাঞ্চলৰ জি আই টেগযুক্ত ২৩ বিধ শস্যৰ ভিতৰত ৮ বিধ শস্যই অসমৰ বুলি সদৰী কৰিছে কৃষি মন্ত্ৰী অতুল...

অভিলেখ : খাদ্য শস্যৰ সামগ্ৰিক উৎপাদন বাঢ়িব

২০২১-২২ শস্য বৰ্ষত ভাৰতৰ ঘেঁহুৰ উৎপাদন প্ৰায় ৩ শতাংশ কমি ১০৬.৮৪ মিলিয়ন টন হোৱা বুলি চৰকাৰে পূৰ্বানুমান কৰিছে৷...

বৰ্জনীয় প্লাষ্টিকৰ ব্যৱহাৰ এশ শতাংশ কোনে কৰিলে বৰ্জন

দেশৰ শীৰ্ষস্থানৰ ক্ষিপ্ৰ বিকশিত প্ৰত্যক্ষ বিক্ৰী কোম্পানীসমূহৰ ভিতৰত অন্যতম এমৱে’ ইণ্ডিয়াই ইয়াৰ পৰিবৰ্ধিত উৎপাদক দায়বদ্ধতা আৰু এমৱে’ৰ উৎপাদন...

মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভিটামিনে কিধৰণে ভূমিকা লয়

প্ৰতিগৰাকী নাৰীয়ে নিজস্ব শৈলীৰে সৌন্দৰ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰে৷ ব্যস্ত সময়ত বহুখিনি কৰ্মব্যস্ততাৰ মাজতে সকলোবোৰ নিয়াৰিকৈ সজাই তুলিব...

বিদেশত অসম কন্যাৰ সাফল্য উদ্ভাৱন কৰিলে পানী পৰিশোধন প্ৰযুক্তি

পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনৰ যোগে আমেৰিকাত উজলিছে অসম কন্যা ড॰ হৰ্ষিতা গগৈ৷ যি প্ৰযুক্তিৰ যোগে অতি বিষাক্ত পদাৰ্থ...

সু-খবৰ ! ৰাজ্যত স্থাপন হ’ব আৰু এখন এইম্‌ছ

অসমৰ বাবে সু-খবৰ৷ ৰাজ্যবাসীয়ে আৰু এখন এইম্‌ছ লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ...

GMCH-ত প্ৰথমটো ব’ন মেৰ’ ট্ৰেন্সপ্লাণ্ট সফলতাৰে সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো হাড়ৰ মজ্জা সংৰোপণ [ব’ন মেৰ’ ট্ৰেন্সপ্লাণ্ট] সফলতাৰে সম্পন্ন হোৱাৰ সুখবৰ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰...

GMCH-ত প্ৰথমটো ব’ন মেৰ’ ট্ৰেন্সপ্লাণ্ট সফলতাৰে সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো হাড়ৰ মজ্জা সংৰোপণ [ব’ন মেৰ’ ট্ৰেন্সপ্লাণ্ট] সফলতাৰে সম্পন্ন হোৱাৰ সুখবৰ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰...

TOP AUTHORS

Most Read

খালী পেটত আখৰোট খালে কি কি উপকাৰ পাব পাৰি ?

আজিকালি স্বাস্থ্যৰ যতনৰ বাবে বহুতেই DRY FRUITS নিয়মিতভাৱে খোৱাৰ অভ্যাস কৰি লয়৷ ইয়াৰ ভিতৰত আলমণ্ড, আখৰোট, কাজুবাদাম, খেজুৰ, কিচমিচ, বাদাম আদি...

অকস্মাৎ সাপ দেখিলে তৎক্ষণাৎ কি কৰিব ?

সাধাৰণতে মাৰ্চ আৰু এপ্ৰিল মাহ হৈছে সাপৰ প্ৰজননৰ সময়৷ এই সময়ছোৱাত য’তে-ত’তে সাপ ওলাব পাৰে বা আপুনি অকস্মাতে কেতিয়াবা সাপৰ মুখামুখি হ’ব...

পুৰুষ নে মহিলা বুদ্ধিত প্ৰখৰ কোন ?

বুদ্ধিত কোন বেছি প্ৰখৰ তথা পুৰুষ নে মহিলা কোন বেছি বুদ্ধিমান এই লৈ নানা প্ৰশ্নৰ উদয় হয়৷ ইয়াৰ উত্তৰত হয়তো কোনেও হাৰ...

ব্ৰুনৰ সমস্যাৰ পৰা মুুক্তি পাবলৈ তৰমুজ কিদৰে লগাব ?

বতৰ তথা ঋতুৰ সলনিৰ লগে লগে ৰূপচৰ্চাৰ ৰুটিনো সলনি হয়৷ শীতকালৰ ৰূপচৰ্চা আৰু গৰমকালিৰ ৰূপচৰ্চাৰ মাজত যথেষ্ট পাৰ্থক্য থাকে৷ গৰমৰ দিনকেইটাত ছালৰ...