Health Plus

4975 POSTS0 COMMENTS
http://newshealthplus.com

মানৱ বিকাশত প্ৰাচীন ভাইৰাছৰ ডিএনএৰ ভূমিকাক লৈ আশ্চৰ্যকৰ তথ্য

মানৱ জিনম তেইছ জোৰ ক্ৰমোজমেৰে গঠিত৷ কিন্তু চমকপ্ৰদভাৱে আমাৰ ডি এন এৰ প্ৰায় আঠ শতাংশ আচলতে প্ৰাচীন ভাইৰাছৰ অৱশিষ্টাংশ, যিবোৰ লাখ লাখ...

ছাল-চুলিৰ যতনত আলু কিদৰে ব্যৱহাৰ কৰিব

আলুক চবজিৰ ৰজা বুলি জনা যায়৷ কথাতে আছে বোলে যিকোনো খাদ্য প্ৰস্তুত প্ৰণালীত আলু নহ’লে সকলো মিছা৷ আচলতে সকলো ব্যঞ্জনতে আলু খাটে৷...

ৱাক্সিং নে ছেভিং! মুখৰ নোম গুচাবলৈ কোনবিধ বেছি কাৰ্যকৰী

শৰীৰৰ অবাঞ্ছিত নোমৰ পৰা মুক্ত পাবলৈ বহুতো মহিলাই ৱাক্সিং কৰে৷ এই অবাঞ্ছিত নোমৰ পৰা ৰক্ষা পাবলৈ ফেচিয়েল ৱাক্সিঙো কৰে বহুতেই৷ আনহাতে শৰীৰৰ...

ডায়েবেটিছ ৰোগীয়ে কিয় কোমোৰা খাব লাগে

বতৰ্মান সময়ত সমগ্ৰ বিশ্বতে প্ৰতিদিনে মধুমেহ বা ডায়েবেটিছ ৰোগত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে৷ মধুমেহ এনে এবিধ ৰোগ, যি এবাৰ দেখা দিলে পাছলৈ...

ৰাতি টোপনিতে মুখেৰে ভোৰভোৰায়! কি সমস্যা থাকিলে এনে হয়

ৰাতি টোপনিত বহুতেই মুখেৰে কথা কৈ বা অস্পষ্টভাৱে ভোৰভোৰাই থকাৰ অভ্যাস আছে৷ এই সময়ত এনে লাগে যে টোপনি যোৱা মানুহজনে সাৰে থাকি...

প্ৰতিদিনে ব্যৱহৃত পানীয়ৰ পৰাও মস্তিষ্কৰ ক্ষতিৰ সম্ভাৱনা

মস্তিষ্কৰ স্বাস্থ্য ভালে নাথাকিলে বয়সৰ লগে লগে আলঝেইমাৰৰ দৰে ৰোগৰ আশংকা বৃদ্ধি হয়৷ চিকিৎসকে জনোৱা মতে এনে কিছুমান পানীয় আছে, যিবোৰে...

ঘামৰ দুৰ্গন্ধ নিৰাময়ৰ বাবে ঘৰুৱাভাৱে এইবোৰ কৰিব পাৰে

গৰমকালি শৰীৰৰ পৰা ঘাম ওলোৱা সকলোৰে ক্ষেত্ৰত দেখা যায়৷ প্ৰচণ্ড গৰমত শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধই সকলোকে অশ্বস্তিত পেলায়৷ সভা-সমিতি, আত্মীয়-স্বজনৰ...

ফ্ৰিজত ৰাখক এবাটি নিমখ পাব চমৎকাৰ উপকাৰিতা

বৰ্ষাকালত ফ্ৰিজত এবাটি নিমখ ৰাখিলে বেছ উপকাৰ পোৱা যায়৷ বিশেষকৈ বৰ্ষাৰ আদ্ৰৰ্তাজনিত সমস্যাবোৰৰ সৈতে মোকাবিলা কৰাত সুবিধা হয়৷ উল্লেখ্য যে বৰ্ষাকালত বায়ুত...

চিয়া চিড তিওৱা পানী নে নেমুৰ ৰস খালে বেছি উপকাৰ পাব

চিয়া চিড বিভিন্ন ফালৰ পৰা স্বাস্থ্যকৰ৷ কাৰণ সৰু সৰু বগা-ক’লা এই বীজত আছে পৰ্যাপ্ত পৰিমাণে ফাইবাৰ আৰু ওমেগা থ্ৰি ফেটি এচিড৷ ইয়াৰ...

অজানিতে মনত বাস ল’ব পাৰে অৱসাদে এই লক্ষণবোৰৰ পৰা সতৰ্ক হওক

অৱসাদত আক্ৰান্ত হ’লে বহু সময়ত জনাৰ ক্ষেত্ৰত অসুবিধা হয়৷ যাৰ ফলত এই সমস্যাটো ক্ৰমে বাঢ়ি গৈ থাকে৷ মূল কথাটো মানুহ যিকোনো...

TOP AUTHORS

Most Read